শংকৰদেৱ শিশু নিকেতন এঙাৰখোৱাৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুনঃ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্ভুক্ত তথা লখিমপুৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন, এঙাৰখোৱাৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানৰ আজি শুভাৰম্ভ হয়। ১৯৯৮ চনত স্থাপিত…
