নীৰৱে নবছৰে ধৰাক সেউজীয়া কৰি ৰখাৰ চেষ্টা অব্যাহত ৰখা তেজপুৰৰ বৰআটিৰ হৰি কৰুৱা
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪ জুনঃ পৃথিৱীখনত যদি ভৱিষ্যতে সেউজীয়া গছ গছনিবোৰ নিঃশেষ হৈ যায় তেনেহলে তেতিয়া কি হ’ব! জীৱজন্তুবোৰ যেনেদৰে বিলুপ্ত হ’ব তেনেদৰে মানুহৰ ভৱিষ্যৎ প্ৰজন্মই বাৰু পিঠিত অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লগীয়া হ’ব নেকি! এনেবোৰ…
