নাইনিতালত ভাৰতৰ প্ৰথম আৰু এছিয়া মহাদেশৰ বৃহত্তম লিকুইড মিৰৰ টেলিস্ক’প

শতাব্দ বিশেষ প্ৰতিনিধি, ৪ জুন : হিমালয়ৰ দাঁতি-কাষৰীয়া ৰাজ্য উত্তৰাখণ্ডত স্থাপন কৰা হৈছে ভাৰতৰ প্ৰথম আৰু এছিয়া মহাদেশৰ বৃহত্তম লিকুইড মিৰৰ টেলিস্ক'প। নাইনিতালত থকা 'আৰ্যভট্ট ৰিচাৰ্ছ ইনষ্টিটিউট অৱ অৱজাৰ্ভেছনেল চায়েন্স'ৰ দেৱস্থল…

ভাৰতৰ চাহ ঘূৰাই পঠিয়ালে একাধিক দেশে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুন : চাহ উদ্যোগলৈ উদ্বেগৰ খবৰ। আতিৰিক্ত মাত্ৰাৰ কীটনাশক আৰু ৰাসায়নিক দিয়া হৈছে— এই অভিযোগত দেশীয় আৰু আন্তর্জাতিক বজাৰত একাধিক চাহৰ অর্ডাৰ বাতিল কৰা হৈছে। কালি ৩ জুনত ইণ্ডিয়ান টি এক্সপর্টার্ছ এছচিয়েচন (ITEA)ৰ…

শোণিতপুৰৰ তিনিটা স্থানত ড্ৰাগছ জব্দ

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩জুনঃ শোণিতপুৰ আৰক্ষীয়ে আজি পৃথকে জিলাখনৰ তিনিটা স্থানত চলোৱা অভিযানত ড্ৰাগছ সহ একাধিক সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।এই অভিযানত বৰঘাট আৰক্ষীয়ে চাৰিগ্ৰাম আৰু চাৰিদুৱাৰ আৰক্ষীয়ে ১০গ্ৰাম সহ মুঠ ১৪গ্ৰাম ড্ৰাগছ…

বিশ্ব চাইকেল দিৱস উপলক্ষে তেজপুৰ মহাবিদ্যালয় আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ চাইকেল…

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ আজি বিশ্ব বাইচাইকেল দিৱস উপলক্ষে তেজপুৰ মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনৰ পৰা শিলঘাটলৈ উলিওৱা চাইকেল ৰেলী আজি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।মহাবিদ্যালয়খনৰ  অধ্যক্ষ ড°…

6G ত বৰ্তমানৰ স্মাৰ্টফ’নটো অকামিলা হৈ পৰাৰ সম্ভাৱনা

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : আৰু মাত্ৰ আঠ বছৰৰ পাছত অৰ্থাৎ ২০৩০ চন মানত আপোনাৰ হাতত থকা স্মাৰ্টফ'নটো অপ্ৰাসঙ্গিক হৈ পৰিব পাৰে। দূৰসংযোগৰ প্ৰযুক্তি কৌশলৰ ফলত তেতিয়ালৈকে উদ্ভাৱন হ'বলগীয়া 6G ৰ বাবে আপুনি এতিয়া ব্যৱহাৰ কৰি থকা…

তেজপুৰত গুণোৎসৱত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ শোণিতপুৰত গুণোৎসৱৰ আজি দ্বিতীয় দিনটোত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে নিজেই বহী মূল্যায়ক অৰ্থাৎ বাহ্যিক একষ্ট্ৰাৰনেল ইভালুৱেটৰ হিচাপে অংশ গ্ৰহণ কৰিলে তেজপুৰৰ ঐতিহ্যমণ্ডিত চিলভাৰ জুবিলী…

লিথিয়াম-আয়ন বেটেৰীৰ বিকল্প ‘জিঙ্ক-এয়াৰ’ নামৰ বেটেৰী উদ্ভাৱন ভাৰতত

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মাদ্ৰাজৰ এদল গৱেষকে অলপতে উদ্ভাৱন কৰি উলিয়াইছে বৈদ্যুতিক বাহনত ব্যৱহাৰ কৰিব পৰা আন একপ্ৰকাৰ নতুন বেটেৰী। যান্ত্ৰিক ভাবে ৰিচাৰ্জ কৰিব পৰা 'জিঙ্ক-এয়াৰ' নামৰ এই বেটেৰী…

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত ১০দিনীয়া যোগ প্ৰশিক্ষণৰ সামৰণি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু শিক্ষা বিভাগৰ উদ্যোগত যোৱা ২৩ মে’ৰ পৰা অনুষ্ঠিত হোৱা ১০ দিনীয়া যোগ  শিবিৰৰ সফল সামৰণি ঘটে।মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ…

লখিমপুৰত ৩৭৬ জন টেট শিক্ষক নিযুক্তিত বিসংগতি

শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ৩ জুনঃ চলিত সপ্তাহত ৰাজ্য চৰকাৰৰ নিৰ্দেশত অন্যান্য জিলাৰ দৰে লখিমপুৰ জিলাতো ৩৭৬ জন হাইস্কুল টেট্ শিক্ষকে নিযুক্তি লাভ কৰে। এই শিক্ষকসকলক নিযুক্তিৰ দিয়াৰ নামত লখিমপুৰৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত…

টালি টোপোলা-ভাৰে ভেটিয়ে ৰেলত উঠিলে ভৰিব লাগিব জৰিমনা

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ভাৰতীয় ৰে'লত এতিয়াৰে পৰা যাত্ৰা কৰিলে লগত এসোপা মান বয়-বস্তু লগত কঢ়িয়াই নিনিব। নিৰ্ধাৰিত হিচাপতকৈ অধিক ওজনৰ সা-সামগ্ৰী কঢ়িয়াই নিলে এতিয়াৰে পৰা জৰিমনা ভৰিব লগা হ'ব পাৰে। বিমান যাত্ৰাত ইতিমধ্যে…