৮২ বছৰীয়া অসমীয়া লেখকৰ ব্যতিক্ৰমধৰ্মী ইংৰাজী গ্ৰন্থ প্ৰকাশ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুনঃ এজন ৮২ বছৰীয়া ব্যক্তি। এই বয়সত তেখেতে লিখি উলিয়াইছে এখন ব্যতিক্ৰমধৰ্মী কিতাপ।আশ্বিনী বৰুৱা, ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে শেহতীয়াকৈ লিখা LIFE LIKE THAT tales of facts and fiction নামৰ…

দিনজান বায়ুসেনা ছাউনিৰ আশেপাশে নিষিদ্ধ ড্ৰোন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ জুনঃ দিনজান বায়ুসেনা ছাউনিৰ চাৰিসীমাৰ দেৱালৰ বাহিৰৰ ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত ড্ৰোনৰ উৰণ নিষিদ্ধ কৰা হৈছে। তিনিচুকীয়াৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ নৰসিং পৱাৰে আজি এক নিৰ্দেশনাযোগে তাৎক্ষণিকভাৱে…

চাইকেল-কথা

দাদুল দেৱকৃষ্ণ বৰুৱা কোনো কোনোৱে কয় 'বাইচকুল'। কোনো কোনোৱে কয় ‘শখ–ঘোঁৰা’। এতিয়াৰ পৰা প্রায় দুই শতাব্দী আগেয়ে আজিৰ চাইকেলক কোৱা হৈছিল শখ-ঘোঁৰা নামেৰে। কোনো কোনোৱে কৈছিল মানৱচালিত মেচিন। কাৰণ চকা থাকিলেও আকাৰ আৰু আয়তন আছিল অনেক ডাঙৰ আৰু…

কমনৱেল্থ গেমছত পুনৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম সন্তান শিৱ থাপাই

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ জুনঃ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে ভাল খবৰ। পুনৰবাৰ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম গৌৰৱ শিৱ থাপাই। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ট্ৰায়েলত শিৱ থাপাই জুলাইত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছৰ বাবে যোগ্যতা…

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত ব্ৰজাৱলী ভাষাৰ বিষয়ে কৰ্মশালা 

গুৱাহাটী,৩ জুনঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে  কর্মৰত ‘ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ আৰু ‘পৰম্পৰা প্ৰৱাহ’ৰ যৌথ উদ্যোগত গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অহা ২১,২২ আৰু ২৩ জুলাইত শংকৰী সংস্কৃতিত…

দুকুৰিত ভৰি থলে নেচাৰ্চ বেকনে

শৈলেন বৰুৱা অসমৰ অগ্ৰণী আৰু পুৰণি প্ৰকৃতি সংগঠন বুলিলে এটা নাম মনলৈ আহে- নেচাৰ্চ বেকন। সংগঠিত ভাবে কিছু লোকে "সংঘ"ৰ দৰে সামাজিক কাম কাজ কৰাৰ পিছত ১৯৮২ চনৰ ৪ জুনত গঠন কৰে "নেচাৰ্চ বেকন" । আৰম্ভণিতে ধুবুৰী জিলাত প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাৰে…

মঙলত জীৱৰ সন্ধান নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুন : মংগল গ্ৰহৰ জেজিৰ’ ক্ৰেটাৰত অৱতৰণ কৰাৰ পোন্ধৰ মাহতকৈও অধিক সময়ৰ পাছত অৱশেষত নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰে প্ৰাচীন জীৱনৰ সন্ধান আৰম্ভ কৰিছে। যোৱা ২৮ মে’ত পাৰ্চেভাৰেন্সে ৫ চেণ্টিমিটাৰ বহল এটা বৃত্তাকাৰ শিলৰ টুকুৰা…

দেশৰ পৰিৱেশৰ বাস্তৱ ছবি ‘ডাউন টু আৰ্থ’ত

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ৫ জুন, বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে দক্ষিণ এছিয়াৰ এখন আগশাৰীৰ পৰিৱেশ সম্পৰ্কীয় বাৰ্তালোচনী 'ডাউন টু আৰ্থ' এ কালি প্ৰকাশ কৰি উলিয়াইছে তেওঁলোকৰ বছৰেকীয়া প্ৰতিৱেদন "State of India's Environment, 2022"।…

ভাৰতত গঢ়ি তোলা হ’ব থলুৱা হাইপাৰলুপ ব্যৱস্থা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুন : ৰে’ল মন্ত্ৰালয়ে আই আই টি মাদ্ৰাজৰ সৈতে এক থলুৱা হাইপাৰলুপ ব্যৱস্থা বিকাশৰ বাবে সহযোগিতা কৰিব আৰু লগতে প্ৰিমিয়াৰ প্ৰতিষ্ঠানটোত হাইপাৰলুপ প্ৰযুক্তিৰ বাবে এটা Centre of Excellence স্থাপন কৰাত সহায় কৰিব। ২০১৭…

এমাহতে ফেচবুকত ৫৩,২০০ টা, ইনষ্টাগ্ৰামত ৭৭,০০০ টা ঘৃণা বিয়পোৱা পোষ্ট

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ক্ৰমাৎ বৃদ্ধি পাইছে সামাজিক মাধ্যম ফেচবুক আৰু ইনষ্টাগ্ৰামত ঘৃণা, হিংসা-বিদ্বেষ আৰু উচটনিমূলক কাৰ্যকলাপ। যোৱা ৩১ মে' তাৰিখে প্ৰকাশ কৰা 'মেটা'ৰ এখন প্ৰতিৱেদনত এই তথ্য সদৰী কৰা হৈছে। তথ্য অনুযায়ী যোৱা এপ্ৰিল…