‘ডামিনী’ক হাতত ৰাখকঃ বজ্ৰপাতৰ পৰা বাচক
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : মেঘে-গাজনিৰে বতৰ ওন্দোলাই অনাৰ দিন আকৌ আহিল। বৰ্ষাকালৰ আগমনৰ লগে-লগে বিজুলী-ঢেৰেকণিৰে অহা বৰষুণজাকে পৃথিৱীখনক জীপাল কৰি তোলে যদিও এই ঢেৰেকণি বা বজ্ৰপাত মানুহ আৰু পশু-পক্ষীৰ বাবে এটা প্ৰাকৃতিক দুৰ্যোগ হিচাপেই…
