ক’ভিডৰ নামত হোৱা বিয়াগোম কেলেংকাৰিক লৈ সৰৱ লুৰীণজ্যোতি গগৈ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ জুনঃ কৰ'ণা মহামাৰীৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান ঘনিষ্ট ব্যৱসায়ীয়ে সন্দেহজনক উপায়েৰে কোটি কোটি টকা আহৰণ…
