‘গ্ৰীন ইউৰিয়া’ : পৰিৱেশ বান্ধৱ সাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুন : শতাধিক বছৰৰ পুৰণি পদ্ধতি নহয়। নতুন পদ্ধতিত পৰিৱেশ বান্ধৱ ইউৰিয়া (Nature Friendly Urea) প্ৰস্তুত কৰিছে বেলুৰ মাঠ ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰৰ গৱেষকসকলে। এই পদ্ধতিত ইউৰিয়া তৈয়াৰ কৰিলে বায়ু প্ৰদূষণৰ আশঙ্কা…

৭ দশকৰ পিছত চিতা বাঘক আদৰিবলৈ ভাৰতত প্ৰস্তুতি তুংগত

শতাব্দ বিশেষ প্ৰতিনিধি, ১জুন : পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী (ঘণ্টাত ৮০ৰ পৰা ১৩০ কিলোমিটাৰ) প্ৰাণী চিতা বাঘৰ ভাৰতলৈ পুনৰাগমণৰ বাবে ঘৰ-দুৱাৰ সকলো ইতিমধ্যে সজাই-পৰাই তোলা হৈছে। পৰিকল্পনা অনুসৰি সকলো ঠিকেই থাকিলে এই বছৰৰ শেষৰ ফালে ভাৰতত চিতা বাঘৰ…

বিহুৰ নামত অপসংস্কৃতি

বিমল বৰগোহাঁই বিহুৰ নামত অপসংস্কৃতি। ক'ৰনা অতিমাৰীৰ বাবে যোৱা দুবছৰে আমি অসমবাসীয়ে বাপতি সাহোন ব'হাগ বিহুটিক ভালদৰে পাতিব পৰাটো দূৰৰে কথা, আদৰিবলৈ যেন কোনো উপায় নাছিল। চৰকাৰী কঠোৰ নিয়ম তথা এই ক'ৰনা বেমাৰৰ ভয়াৱহতাৰ কথা উপলব্ধি কৰি আমি…

‘মনালিছা’ৰ ওপৰত আক্ৰমণঃ এইবাৰো দৈৱক্ৰমে ৰক্ষা !

শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন : আকৌ আক্ৰমণ চলিল 'মনালিছা'ৰ ওপৰত ! অৱশ্যে এইবাৰলৈ কথমপিহে কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰিল। পৃথিৱী ৰক্ষা কৰিবলৈ আহি কোনো এজন অচিনাক্ত ব্যক্তিয়ে যোৱা দেওবাৰে পেৰিছৰ বিখ্যাত লুভ সংগ্ৰহালয়ত আক্ৰমণৰ লক্ষ্য কৰি…

কৃষিভূমি পৰীক্ষাৰ বাবে শীঘ্ৰেই উপলদ্ধ হ’ব ‘ভূ-পৰীক্ষক’

শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন : ভাৰতৰ খেতিয়ক ৰাইজৰ সুবিধাৰ বাবে কানপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে শেহতীয়াকৈ উদ্ভাৱন কৰি উলিয়াইছে 'ভূ-পৰীক্ষক' নামৰ এটা মাটি পৰীক্ষা কৰা সঁজুলি। Near Infrared Spectroscopy প্ৰযুক্তি কৌশল ব্যৱহাৰ…

লখিমপুৰত ভাৰতীয় শিক্ষণ মণ্ডলৰ গোট গঠন

উত্তৰ লখিমপুৰ, ৩১ মেঃ যোৱা ৫০ বছৰতকৈ অধিককাল শিক্ষাক্ষেত্ৰত কাম কৰি অহা ভাৰতীয় শিক্ষণ মণ্ডলৰ এটি গোট অলপতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাৰ জৰিয়তে গঠিত হয়। সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা উক্ত বৈঠকত পৌৰোহিত্য কৰে…

মাৰ্ঘেৰিটাত চাহ শ্রমিকৰ জলন্ত সমস্যা সমাধানৰ দাবীত  আটছাৰ ধৰ্ণা

শতাব্দৰ মাৰ্ঘেৰিটা প্রতিবেদক ৩১ মেঃ আটছাৰ মাৰ্ঘেৰিটা শাখা আৰু চাহ জনজাতি মহিলা সমিতিৰ যুটীয়া উদ্যোগত আজি মাৰ্ঘেৰিটাত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে | চাহ শ্রমিক সকলৰ জলন্ত সমস্যা সমূহৰ সমাধানৰ দাবীত মাৰ্ঘেৰিটা চাহ বাগিচাত ৰূপায়ন কৰে…

তিনিচুকীয়াত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল বাৰ্তালাপ অনুষ্ঠানত উপায়ুক্তৰ ঘোষণা – চৰকাৰী আঁচনিৰ সফল…

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ মে’ : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে উদযাপিত ’আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু কেন্দ্রীয় চৰকাৰৰ অন্যান্য  জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ…

অজন্তা বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰশাসনৰ

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩১ মে : যোৰহাটত অজন্তা বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত চলি অহা প্ৰহসনে ৰাইজক দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভূগাই আহিছে । এই সন্দৰ্ভত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই কেন্দ্ৰীয় পথ পৰিবহণ…

লখিমপুৰত “গৰীব কল্যাণ সন্মিলন” অনুষ্ঠিত

উত্তৰ লখিমপুৰ ৩১ মে' : ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত দেশত আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি থকা হৈছে। "আজাদী কা অমৃত মহোৎসৱ" ৰ সৈতে সংগতি ৰাখি দেশৰ প্রধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ ৯ টা বিভাগৰ দ্বাৰা ৰূপায়িত প্ৰায় ১৬ খন আঁচনিৰ…