বিশ্ব ভাটৌ দিৱস আৰু কিছু তিক্ত অভিজ্ঞতা
যুগল বৰা
আজি ৩১ মে', বিশ্ব ভাটৌ দিৱস। ২০০৪ চনৰ পৰা প্ৰথমে ইউৰোপীয় দেশসমূহত ভাটৌ চৰাই আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনাৰ বাবে প্ৰস্তাৱ লোৱাৰ পাছৰ পৰা এই বনৰীয়া ভাটৌ চৰাই সঁজাত বন্দী কৰি ৰখাৰ ক্ষেত্ৰত সজাগতা আনিবলৈকে মূলতঃ এই ভাটৌ দিৱস পালন…
