প্ৰবীণ ক্ৰীড়াত তেজপুৰৰ জ্যোৎস্না দেৱীৰ সোণৰ পদক

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৮মে’: কেৰালাত সদ্য সমাপ্ত চতুৰ্থ ৰাষ্ট্ৰীয় প্ৰবীণ ক্ৰীড়া প্ৰতিযোগিতা ২০২২ত ৰাজ্যক প্ৰতিনিধিত্ব কৰি তেজপুৰ চহৰৰ পাৰ্বতী নগৰ নিবাসী জ্যোৎস্না দেৱীয়ে মহিলাৰ শক্তি উত্তোলনৰ ৭৬কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত চাইবাৰ একাউণ্ট হেক হোৱা-একাউন্ট হেকৰোধৰ কৌশল প্ৰদৰ্শন

শতাব্দ প্ৰতিনিধি ,লখিমপুৰ: ২৭ মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি চাইবাৰ ছিকিউৰিটিৰ এক সজাগতা সভা অনুষ্ঠিত হৈ যায় । মহাবিদ্যালয়ৰ চাইবাৰ ছিকিউৰিটি কোষৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত নতুন দিল্লীৰ গ্ৰাচিয়া টেকন'লজীৰ বিজু পেগু আৰু বৰুণ পাঠকে…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গৱেষণা পত্ৰিকা উন্মোচন

উত্তৰ লখিমপুৰ: ২৮মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গৱেষণা পত্ৰিকা লখিমপুৰ কমাৰ্চ কলেজ ৰিচাৰ্চ জাৰ্নেলৰ দুটা সংখ্যাৰ উন্মোচন কৰা হয়। সেই উদ্দেশ্য মহাবিদ্যালয়ৰ গৱেষণা কোষৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লখিমপুৰ কমাৰ্চ কলেজ ৰিচাৰ্চ…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমৰ জনগোষ্ঠীয় বুৰঞ্জী প্ৰণয়নৰ পদ্ধতি আৰু কৌশল সম্পৰ্কে আলোচনা

ডিব্ৰুগড়, ২৮ মেঃ  ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি সোণোৱাল কছাৰী সাহিত্য সভা আৰু সোণোৱাল জনগোষ্ঠী প্ৰণয়ন সমিতিৰ উদ্যোগত  অনুষ্ঠিত হয় ‘অসমৰ জনগোষ্ঠীয় বুৰঞ্জী প্ৰণয়নৰ পদ্ধতি আৰু কৌশল’ শীৰ্ষক বক্তৃতানুষ্ঠান। সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন…

তিনিচুকীয়াত পত্নী পৌৰ উপ সভানেত্ৰী- স্বামী উঠিৰজা-বহিৰজাঃ অতিষ্ঠ কৰ্মচাৰীৰ আন্দোলনৰ সকীয়নি

 শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ মে’ : তিনিচুকীয়া পৌৰসভাৰ নৱ নিৰ্বাচিত সমিতিত উপ-সভানেত্ৰীৰ দায়িত্ব লাভ কৰা বিজেপি দলৰ ৱাৰ্ড কমিচনাৰ নৱনীতা আগৰৱালাৰ স্বামীৰ বিৰুদ্ধে পৌৰসভাৰ কৰ্মচাৰীক অভব্য আচৰণৰ বলি কৰাৰ লগতে অকৰ্তৃত্বশীলভাৱে কাৰ্য্যালয়ৰ…

দুৱাৰ খুলি তালিবানে মাতিছে- ” আহা ভাৰত আমি বন্ধু হও “

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' :ভাৰতৰ প্ৰতি শেহতীয়াকৈ মনোভাৱ সলনি হৈছে আফগানিস্তানৰ তালিবান প্ৰশাসনৰ। সংবাদ প্ৰতিষ্ঠান এটাৰ লগত অলপতে হোৱা এটা সাক্ষাৎকাৰত তালিবানৰ শীৰ্ষ নেতা আনাছ হাক্কানীয়ে এনে এটা ইঙ্গিতেই ভাৰতলৈ প্ৰেৰণ কৰিছে।…

গুৱাহাটীৰ নাগৰিকলৈ পদূলিত প্ৰাথমিক চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ পৰিকল্পনা 

গুৱাহাটী পৌৰ নিগমৰ নৱনিৰ্বাচিত পাৰিষদবৰ্গৰে জলবায়ু পৰিবৰ্তন-গোলকীয় উষ্ণতা বৃদ্ধিক লৈ স্বাস্থ্য-জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক, নিজ ৱাৰ্ডত সৌন্দৰ্যবৰ্ধক গছপুলি ৰোবলৈ পাৰিষদসকলক আহ্বানদিছপুৰ, ২৮ মে': গুৱাহাটী…

বানযুক্ত লখিমপুৰক বানমুক্ত কৰাৰ দাবীত আছুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ,২৮মেঃ উত্তৰ লখিমপুৰত আজি ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি  প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। মূলতঃ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা শীঘ্ৰে মেৰামতি কৰাৰ দাবী তুলিছে আছুৰ প্ৰতিবাদী সকলে। লখিমপুৰ জিলাৰ মাজেৰে যোৱা…

দুদিনীয়া ভ্ৰমণ সূচীৰে কাইলৈ মাজুলীলৈ ৰাজ্যপাল মুখী

শতাব্দ প্ৰতিনিধিf,মাজুলী,২৮মে': ৰাজ্যপাল জগদীশ মুখীয়ে পত্নীসহ দুদিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে কাইলৈ মাজুলীত উপস্থিত হ'ব।কালিলৈ মাজুলীত উপস্থিত হোৱাৰ পাছত ৰাজ্যপাল গৰাকীয়ে মাজুলীৰ চামগুৰি সত্ৰ, দক্ষিণপাট সত্ৰকে আদি কৰি কেবাখনো সত্ৰ পৰিভ্ৰমণ কৰি…

সম্ভাৱনীয়তাৰ বাৰ্তা লৈ গুৱাহাটীত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক নদী সন্মিলন

গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে 'এছিয়ান কনফ্লুৱেন্স নদী সন্মিলন। সন্মিলনৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চল আৰু অসমক কেন্দ্ৰবিন্দু হিচাপে লৈ বংগোপসাগৰীয় অঞ্চল আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে আঞ্চলিক সহযোগিতাৰে এক সামূহিক…