তামুলপুৰৰ বিজয় দাসে গামোচাত বৈ উলিয়াইছে অসমৰ স্বনামধন্য লোকৰ ছবি- জাতীয় সংগীতৰ প্ৰতিটো আখৰ
ৰজনী বৰ্মন , তামুলপুৰ , ২৮ মে : তামুলপুৰৰ এগৰাকী যুৱক । ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চাত যুৱকজন । যুৱকজনৰ ঘৰ তামুলপুৰ জিলাৰ বৰখোপা গাঁৱত। শুক্ৰ দাস শৰণীয়া আৰু জোনালী দাসৰ পুত্ৰ বিজয় দাস (২০) ৰঙিয়া মহাবিদ্যালয়ৰ চতুৰ্থ সান্মাষিকৰ ছাত্ৰ।…
