ৰবঃ চাৰধাম যাত্ৰা বিপদ সংকুল হৈ পৰিছে

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' : উত্তৰাখণ্ডত চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰ চাৰি সপ্তাহ নৌহওঁতেই ইতিমধ্যে ৭৮ জন তীৰ্থযাত্ৰীৰ শাৰীৰিক অসুস্থতাত মৃত্যু হোৱা ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে। ক'ভিড পৰিস্থিতিৰ বাবে দুবছৰ বন্ধ হৈ থকাৰ পাছত যোৱা ৩ মে'…

অভিলেখ পৰিমাণৰ লাভেৰে অইল ইণ্ডিয়া লিমিটেড

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' : ভাৰতৰ ৰাজহুৱা খণ্ডৰ দ্বিতীয় বৃহৎ তেল-গেছ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে ২০২১-২২ বিত্তীয় বৰ্ষত অভিলেখ পৰিমাণৰ লাভ অৰ্জন কৰিছে। প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এছ চি মিশ্ৰই কালি সংবাদ মাধ্যমক…

‘নগা জাতীয় পতাকা’ : কেন্দ্ৰৰ নাকচ, এন এছ চি এনৰ মতে আপোচ নহ’ব

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' : দীৰ্ঘদিনীয়া নগা সমস্যাটোৰ সমাধানৰ পথত আকৌ জটিলতাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন(আই এম) এ তেওঁলোকৰ মুখপত্ৰ 'নাগালিম ভয়চ' ৰ মে' মাহৰ সংখ্যাত কৈছে যে, নগা জাতিৰ অবিচ্ছেদ্য 'নগা জাতীয়…

আমাৰ সমাজৰ মৰমৰ থলুৱা সমন্ধবোৰ হেৰাই যাব নেকি !

বিমল বৰগোহাঁই  ১৯৭৭-৭৮ চন মানৰ কথা। তেতিয়া বোধকৰোঁ আমি মাধ্যমিক বিদ্যালয়ত পঢ়ি আছিলো। সেই সময়ত অসমীয়া নে সমাজ বিজ্ঞান বিষয়ৰ পাঠ্যপুথিত মোৰ সঠিককৈ মনত পৰা নাই, আমাৰ অসমীয়া সমাজৰ সম্বোধনবোৰৰ বিষয়ে আমাৰ পাঠ্যপুথিত পঢ়িবলৈ পাইছিলো। তেতিয়াৰ পৰাই…

বাক্সা গৰেশ্বৰৰ ব্লকৰ চৰকাৰী ধন জালিয়াতি কাণ্ডৰ মাষ্টাৰমাইণ্ড ইউনিচ আলী গ্ৰেপ্তাৰ

শতাব্দ প্রতিনিধি, বাক্সা ,২৭ মেঃ দুৰ্নীতিৰ বিৰুদ্ধে বি জে পি চৰকাৰে জেহাদ ঘোষণা কৰা সময়তে চৰকাৰী ধন জালিয়াতিৰে খণ্ড উন্নয়ন বিষয়া আৰু গ্ৰামসেৱক এগৰাকী গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সাত । বাক্সা জিলাৰ গোৰেশ্বৰৰ খণ্ড উন্নয়ন…

ভাৰত-ভূটান সীমান্তৰ কুৰিখন শিক্ষানুষ্ঠানত গছপুলি ৰোপণৰ লক্ষ্য বন বিভাগৰ

শতাব্দ প্রতিনিধি, তামুলপুৰ, ২৭ মে : বিশ্ব পৰিবেশ দিৱসৰ প্ৰাকমূহুৰ্ততে তামুলপুৰ জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয় উদ্যোগত ভাৰত-ভূটান সীমান্তৰ কুৰিখন শিক্ষানুষ্ঠানত এক গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত আৰু…

ৰঙাপৰা উন্নয়নখণ্ডত দুৰ্নীতি

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭মে’: শোণিতপুৰৰ ৰঙাপৰা উন্নয়ন খণ্ডত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপনৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে স্থানীয় একাংশ লোকে শোণিতপুৰৰ উপায়ুক্তৰ ওচৰত এক পত্ৰ দাখিল কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি…

‘উৰাণ’ আঁচনিৰ অধীনত ছয়খন আছিয়ান দেশৰ সৈতে সংযোগ সাধন কৰা হ’ব : মুখ্যমন্ত্রী

শতাব্দ প্রতিনিধি, গুৱাহাটী,২৭ মে’ : ‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰত চৰকাৰে ৰূপায়ণ কৰা এক্ট ইষ্ট পলিচিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিছে আৰু বৰ্তমান এই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত এক…

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ…

শতাব্দ প্রতিনিধি, দিছপুৰ,২৭ মে': ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি তেজপুৰস্থিত 'লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান' (এল জি বি আৰ আই এম এইচ) পৰিদৰ্শন কৰে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ শিশু…

লখিমপুৰত দেউৰী ছাত্ৰ সন্থাৰ বিক্ষোভ

শতাব্দ প্রতিনিধি, লখিমপুৰ  ২৭ মে : অসমৰ অনুসূচীত জনজাতি খিলঞ্জীয়া, জনগোষ্ঠী দেউৰী স্বায়ত্ত পৰিষদ শাসিত পৰিষদৰ সাংবিধানিক নিৰ্বাচনৰ দিন সম্পূর্ণ উকলি যোৱাৰ পাছতো অসমৰ  মুখ্যমন্ত্রীয়ে আজিকোপতি নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াত…