গাড়ীৰ চকা, বিদ্যুতৰ খুঁটাত কিয় মূতে কুকুৰে?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : বাটে পথে ঘূৰিলে প্ৰায় প্রতিদিনেই এনে কিছু ঘটনাৰ সাক্ষী হ'বলগীয়া হয়, যিবোৰৰ কাৰণ সকলো সময়তে জনা নাযায়। এই ধৰক, ঘৰৰ আশপাশে বা ৰাস্তাই ঘাটে লক্ষ্য কৰিলেই দেখা যায় যে, গাড়ীৰ টায়াৰ আৰু বিদ্যুতৰ খুঁটা; কুকুৰে…
