লখিমপুৰত চৰকাৰী বিদ্যালয়ত বৰষুণত তিতি শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ
শতাব্দ প্রতিনিধি, লখিমপুৰ ,২৬ মে : ৰাজ্যৰ শিক্ষা বিভাগে যিসময়ত চৰকাৰী বিদ্যালয়সমুহত শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে পূৰ্ণোদ্যমে গুণোৎসৱ আয়োজন কৰি আহিছে। সেইসময়তে এতিয়ালৈকে গুণোৎসৱ আৰম্ভ নোহোৱা কিন্তু আৰম্ভ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন…
