অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় সন্মান
শতাব্দ প্ৰতিনিধি,যোৰহাট,২৬ মে : কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত প্ৰণালীবদ্ধভাৱে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বৰ্ডে এ গ্ৰেড প্ৰদান কৰিছে । ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বৰ্ডৰ…
