গোলাঘাটত চোৰৰ মহা অথন্তৰ
শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২৫ মেঃ দিন দুপৰতে মন্দিৰত চুৰি কাৰ্য সম্পন্ন কৰিবলৈ সোমাই নিজ অভীষ্ট সিদ্ধিৰ বাবে সষ্টাঙ্গে সেৱা লৈ ভগৱানৰ আশীৰ্বাদ বিচাৰিলেও ভগৱান পিছে চোৰৰ প্ৰতি সদয় নোহোৱাত মহা অথন্তৰত পতিত হৈ অৱশেষত ভক্তিপ্ৰাণ এই গভাইত চোৰ…
