বিমানকো চেৰ পেলাব চীনা ৰেলেঃ ঘণ্টাত হ’ব ৬০০ কিলোমিটাৰ গতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ মে' : বিশ্বৰ সকলোতকৈ দ্রুতগামী ট্রেইন নিৰ্মাণত অগ্ৰসৰ হৈছে চীন। আগন্তুক দিনত এইখন হ'ব বিশ্বৰ দ্রুততম স্থলযান। প্রায় ৬০০ কিলোমিটাৰ গতিবেগত চলিব ট্ৰেইনখন। চলিব নহয়, দৌৰিব বুলি ক'লেও কমকৈহে কোৱা হ'ব। বেইজিঙৰ পৰা…

আমেৰিকাৰ বন্দুকপ্ৰীতিক লৈ উদ্বিগ্ন হোৱাইট হাউছঃ  যুৱকৰ নিৰ্বিচাৰ গুলী চালনাত ২১ জন নিহত

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ মে' : আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিদ্যালয়ত পুনৰ সংঘটিত হৈছে গুলী চালনাৰ নিৰ্মম হিংসাত্মক ঘটনা। মঙ্গলবাৰে টেক্সাছৰ প্ৰাথমিক বিদ্যালয় এখনত এজন ১৮ বছৰীয়া যুৱকে জধেমধে গুলী চালনা কৰাৰ ফলত ১৯ টি শিশু আৰু দুজন…

আকিৰা মিয়াৱকি, পবিত্ৰ কুঞ্জ আৰু আৰ্নল্ড

দ্বীপেন কুমাৰ শৰ্মা (প্ৰথম খণ্ড) মাওফ্লাঙৰ বিষয়ে বন্ধু ভবেশ শৰ্মাৰ পৰা শুনাৰ পিছৰে পৰা মনটোৱে কেতিয়া যাওঁ, কেতিয়া যাওঁ কৰি উচপিচাই আছিল। মই তেতিয়া গুৱাহাটী শোধনাগাৰত কৰ্মৰত। শ্ৰীমতী চাকৰি সুত্ৰে ডিগবৈত। গৰমৰ বন্ধত কেইদিনমানৰ কাৰণে মোক লগ…

ই-স্কুটাৰ কিনিব নেকিঃ ই-স্কুটাৰত সংঘটিত অগ্নিকাণ্ডৰ কথা জানি লওক

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪মে' : ভাৰতত বৈদ্যুতিক বাহন বিশেষকৈ দুচকীয়া বৈদ্যুতিক বাহন জনপ্ৰিয় হৈ অহাৰ সময়তে কেইবাঠাইতো এই বাহনসমূহত আকস্মিক ভাবে জুই লগাৰ দৰে ঘটনাই ক্ৰেতাসকলক উদ্বিগ্ন কৰি তুলিছে। এতিয়ালৈকে দেশখনত এনে ধৰণৰ বাৰটা মান…

গুণোৎসৱ ২০২২ : তিনিচুকীয়াত মূল্যায়নকাৰী ৰূপে বিদ্যালয়ত উপস্থিত মন্ত্ৰী, বিধায়ক, উপায়ুক্ত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ মে’ : তিনিচুকীয়া জিলাত আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ ২০২২ । আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া গুণোৎসৱত মুঠ ১,৩৯৮ খন বিদ্যালয়ৰ মূল্যাংকন কৰা হব । ইয়াৰে ১,২৭৬ খন চৰকাৰী তথা প্ৰাদেশিকৃত…

নৱনিৰ্মিত চিএন চেণ্টাৰত প্ৰথমটো অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

গুৱাহাটী, ২৪ মে': গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ নৱনিৰ্মিত 'হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ' (চি এন চেন্টাৰ)ত আজি সফলতাৰে সম্পন্ন কৰা হয় প্ৰথমটো অস্ত্ৰোপচাৰ। চিএন চেণ্টাৰৰ নিউৰ'ছাৰ্জাৰী বিভাগৰ অপাৰেচন থিয়েটাৰত সম্পন্ন হোৱা এই…

অগণিত বাহনৰ গতি কথা…

বিনয়কৃষ্ণ তামুলী ফুকনচোতালত কোনোৱা এজন আলহীয়ে "ৰেলী", "এটলচ", "হিৰ'", "এভন", "বি এছ এ" চাইকেল এখন ৰাখিলে মনে মনে ধামত চলোৱাটো আমাৰ কৈশোৰ কালৰ প্ৰত্যাহ্বানৰ আছিল। মটৰ চাইকেল বা ঢেপঢেপি দূৰৈৰ কথা। যি 'ৰাজদূত', ' ই এছ ডি ',  '…

ভাৰতৰ প্ৰথম স্বৰ্ণ মিশ্ৰিত চাহ “স্বৰ্ণ পনম” উদ্ভাৱন ৰঞ্জিত বৰুৱাৰ

 শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' : চাহৰ দেশ অসম। চি টি চি, অৰ্থ'ডক্স আৰু তাৰ পাছত গ্ৰীন টী, ব্লেক টী, হোৱাইট টী আৰু অলেখ ভিন ভিন প্ৰকাৰৰ চাহেৰে বজাৰ এতিয়া উভৈনদী। ইয়াৰ মাজতে সৌ সিদিনা ২১ মে' তাৰিখ, আন্তৰ্জাতিক চাহ দিৱস উপলক্ষে গুৱাহাটীত…

কোটি কোটি আলোকবর্ষ দূৰত অবাক কৰা ছাঁয়াপথ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : এখন অবাক কৰিব পৰা ফটো ছেয়াৰ কৰিছে মার্কিন মহাকাশ সংস্থা বা নাছাই। যিখন ফটো দেখি বিস্ময়ত হতবাক হৈ গৈছে ছ'চিয়েল মিডিয়া। অনেকে সেই ফটোখন তুলনা কৰিছে মানুহৰ ৰোগাক্ৰান্ত ৰঙাপৰা চকুৰ সতে। ফটোখন হ'ল whirlpool…

ভীম কলৰ পৰা গুৰ উৎপাদনেৰে লখিমপুৰৰ দুই শিক্ষার্থীৰ চমক

শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ২৪ মে' : ভীম কলৰ পৰা গুৰ উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ দুই শিক্ষার্থী। ইণ্ডিয়ান য়ং ইনভেণ্টৰ্ছ এণ্ড ইনভেণ্টছ চেলেঞ্জত অংশগ্ৰহণ কৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ খেৰাজখাত…