২৮ মে’ত  সীমা সমস্যা, জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত আছুৰ বিক্ষোভ

উত্তৰ লখিমপুৰ, ২৪ মে':  অহা ২৮ মে তাৰিখে অসম-অৰুণাচল সীমা সমস্যা, জৰাজীৰ্ণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত লখিমপুৰ জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে। অসম অৰুণাচলৰ সীমা সমস্যাই বহু দিনৰ পৰা জিলাখনৰ…

জীৱ-জন্তু, মাছ,পখিলাৰে ভৰপূৰ হৈ আছে কলকাতা মহানগৰী, কেনেকৈ ?

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' : যোৱা ২২ মে তাৰিখে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো আন্তৰ্জাতিক জৈৱ বৈচিত্ৰতা দিৱস পালন কৰা হ'ল। কিন্তু দেশখনৰ ভিতৰত এই দিৱসটো অধিক অৰ্থবহ ভাবে উদযাপন কৰা হ'ল পশ্চিমবঙ্গৰ ৰাজধানী কলকাতা মহানগৰীত। সেইদিনা কলকাতাত…

এভাৰেষ্ট বেছ কেম্প পালেগৈ মুম্বাইৰ কিশোৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : এভাৰেষ্টলৈ আৰু মাত্ৰ কেইখোজমান। ১০ বছৰীয়া এগৰাকী কনমানিয়ে সম্ভৱ কৰি তুলিলে এই কাৰ্য। ইমান কম বয়সতে ইয়াৰ পূৰ্বে কোনো ভাৰতীয় উপনীত হ'ব পৰা নাছিল এভাৰেষ্ট বেছ কেম্পত। সেই কাণ্ডই ঘটালে মুম্বাইৰ কিশোৰী ৰিদম…

কান মহোৎসৱত চৰ্চিত আইমী বৰুৱাৰ ‘চেমখৰ’

কান চলচ্চিত্র মহোৎসৱৰ ‘কাণ্ট্ৰী অব অনাৰ’ৰ ইণ্ডিয়ান পেভেলিয়নত ‘চেমখৰ’ সন্দৰ্ভত বক্তব্য আগবঢ়ালে আইমী বৰুৱাই। আগ্ৰহী আন্তর্জাতিক সংবাদ মাধ্যমৰ লগতে বিশ্বৰ চলচ্চিত্ৰ অনুৰাগীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে নিৰ্মাতাগৰাকীয়ে। শতাব্দ…

ৰেষ্টুৰেণ্টৰ ১০% ছাৰ্ভিচ চাৰ্জ আইনবিৰুদ্ধ : গ্ৰাহক পৰিক্ৰমা বিভাগ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' :কোনো এখন ৰেষ্টুৰেণ্টত আপুনি আহাৰ গ্ৰহণ কৰাৰ পাছত আহাৰৰ মূল্যৰ লগতে সেৱা কৰ বা ছাৰ্ভিচ চাৰ্জ পৰিশোধ কৰে নেকি ? বা অতিৰিক্ত ভাবে এই কৰ পৰিশোধ কৰিবলৈ আপোনাক বাধ্য কৰাই নেকি ? যদি এনে পৰিস্থিতিৰ মুখামুখি…

ৰতন টাটাই কিনিব আৰু পাঁচটা কোম্পানীঃ এয়াৰ ইণ্ডিয়া, বিগ বাস্কেটৰ বাতৰি হ’ল পুৰণি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : ইতিমধ্যেই Bigbasket, Air India, 1MG-ৰ দৰে সংস্থাবোৰ অধিগ্রহণৰ পিছত, টাটা গ্রুপে ভাৰতীয় বজাৰত নিজৰ অৱস্থান আৰু অধিক মজবুত কৰি তুলিছে। কিন্তু কথা ইয়াতেই শেষ নহয়। এইবাৰ ১০৩ বিলিয়ন ডলাৰৰ ব্যৱসায়িক দিশত ফুড…

পাঁচ বছৰৰ তলৰ শিশুৰ বাবে ক’ভিড টীকাঃ  প্রস্তুত ‘ফাইজাৰ’, অপেক্ষা অনুমোদনৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : ছমাহৰ পৰা পাঁচ বছৰ বয়সীয়া শিশুসকলৰ বাবে ‘ফাইজাৰ’-ৰ তিনিটা টীকা দিয়া হ'লে কৰ'না ভাইৰাছৰ বিৰুদ্ধে ৰোগ প্রতিৰোধৰ ক্ষমতা গঢ়ি তুলিব পৰা যাব। ২৩ মে' সোমবাৰে সংস্থাটোৰ পক্ষৰ পৰা এই দাবী কৰা হৈছে। এই সপ্তাহৰ…

নগ্নতা যেতিয়া প্রতিবাদৰ ভাষা

দাদুল দেৱকৃষ্ণ বৰুৱানগ্নতা। প্রতিবাদৰ অন্য এক ভাষা। তথাকথিত সভ্য সমাজে আদিকালৰ পৰা যি ঢাকিবলৈ শিকিছে তাকেই বুকু ফালি প্রকাশ্যে মেলি ধৰা। বেপৰোৱাগিৰিৰ শেষ কথা। নগ্ন হৈ কৰা প্রতিবাদৰ নতুনকৈ খবৰ আহিছে কান চলচ্চিত্রোৎসৱৰ সৌজন্যত।…