কান মহোৎসৱত চৰ্চিত আইমী বৰুৱাৰ ‘চেমখৰ’

কান চলচ্চিত্র মহোৎসৱৰ ‘কাণ্ট্ৰী অব অনাৰ’ৰ ইণ্ডিয়ান পেভেলিয়নত ‘চেমখৰ’ সন্দৰ্ভত বক্তব্য আগবঢ়ালে আইমী বৰুৱাই। আগ্ৰহী আন্তর্জাতিক সংবাদ মাধ্যমৰ লগতে বিশ্বৰ চলচ্চিত্ৰ অনুৰাগীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে নিৰ্মাতাগৰাকীয়ে। শতাব্দ…

ৰেষ্টুৰেণ্টৰ ১০% ছাৰ্ভিচ চাৰ্জ আইনবিৰুদ্ধ : গ্ৰাহক পৰিক্ৰমা বিভাগ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' :কোনো এখন ৰেষ্টুৰেণ্টত আপুনি আহাৰ গ্ৰহণ কৰাৰ পাছত আহাৰৰ মূল্যৰ লগতে সেৱা কৰ বা ছাৰ্ভিচ চাৰ্জ পৰিশোধ কৰে নেকি ? বা অতিৰিক্ত ভাবে এই কৰ পৰিশোধ কৰিবলৈ আপোনাক বাধ্য কৰাই নেকি ? যদি এনে পৰিস্থিতিৰ মুখামুখি…

ৰতন টাটাই কিনিব আৰু পাঁচটা কোম্পানীঃ এয়াৰ ইণ্ডিয়া, বিগ বাস্কেটৰ বাতৰি হ’ল পুৰণি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : ইতিমধ্যেই Bigbasket, Air India, 1MG-ৰ দৰে সংস্থাবোৰ অধিগ্রহণৰ পিছত, টাটা গ্রুপে ভাৰতীয় বজাৰত নিজৰ অৱস্থান আৰু অধিক মজবুত কৰি তুলিছে। কিন্তু কথা ইয়াতেই শেষ নহয়। এইবাৰ ১০৩ বিলিয়ন ডলাৰৰ ব্যৱসায়িক দিশত ফুড…

পাঁচ বছৰৰ তলৰ শিশুৰ বাবে ক’ভিড টীকাঃ  প্রস্তুত ‘ফাইজাৰ’, অপেক্ষা অনুমোদনৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : ছমাহৰ পৰা পাঁচ বছৰ বয়সীয়া শিশুসকলৰ বাবে ‘ফাইজাৰ’-ৰ তিনিটা টীকা দিয়া হ'লে কৰ'না ভাইৰাছৰ বিৰুদ্ধে ৰোগ প্রতিৰোধৰ ক্ষমতা গঢ়ি তুলিব পৰা যাব। ২৩ মে' সোমবাৰে সংস্থাটোৰ পক্ষৰ পৰা এই দাবী কৰা হৈছে। এই সপ্তাহৰ…

নগ্নতা যেতিয়া প্রতিবাদৰ ভাষা

দাদুল দেৱকৃষ্ণ বৰুৱানগ্নতা। প্রতিবাদৰ অন্য এক ভাষা। তথাকথিত সভ্য সমাজে আদিকালৰ পৰা যি ঢাকিবলৈ শিকিছে তাকেই বুকু ফালি প্রকাশ্যে মেলি ধৰা। বেপৰোৱাগিৰিৰ শেষ কথা। নগ্ন হৈ কৰা প্রতিবাদৰ নতুনকৈ খবৰ আহিছে কান চলচ্চিত্রোৎসৱৰ সৌজন্যত।…

আপুনি উচ্চ ৰক্তচাপত ভুগি আছে ? আপোনাৰ শয়ন ভংগীমা কেনে হোৱা উচিত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : উচ্চ ৰক্তচাপ মুঠেই উপেক্ষা কৰাৰ দৰে কোনো বিষয় নহয়। ই যিকোনো মুহূর্ততে হার্ট এটেকৰ কাৰণ হ'ব পাৰে আৰু প্রাণহানিৰ আশঙ্কা পর্যন্ত দেখা দিব পাৰে। ৰক্তচাপ নিয়ন্ত্রণত ৰখাৰ বাবে অনেকেই নানা ধৰণৰ নিয়ম মানি চলে। খাদ্য…

ৰহস্যময় ভুল তথ্য পঠাইছে নাছাৰ যানে ! চিন্তিত বিজ্ঞানী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : সূর্যৰ আওতাৰ বাহিৰত মহাকাশৰ খবৰ সংগ্ৰহ কৰিবলৈ গৈছিল নাছাৰ দুখন মহাকাশ যান। তাৰ ভিতৰত এখনৰ পৰা বিগত বেছ কিছুদিন ধৰি ক্রমাগতভাৱে ভুল তথ্য আহি পাইছে পৃথিৱী। যাক লৈ ৰহস্য ঘনীভূত হৈছে। কাৰণ বিজ্ঞানীসকলে বুজিবই…

‘টাইম’ৰ এশজনীয়া প্ৰভাৱশালী ব্যক্তিৰ তালিকাত তিনি ভাৰতীয়

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' :'টাইম' আলোচনীখনে কালি ঘোষণা কৰিছে বিশ্বৰ প্ৰভাৱশালী প্ৰথম ১০০ গৰাকী ব্যক্তিৰ তালিকা। সন্মানীয় এই তালিকাত স্থান লাভ কৰিছে তিনি গৰাকী ভাৰতীয়ই। তেওঁলোক হৈছে আদানি গ্ৰুপৰ গৌতম আদানি, আইনজীৱী কৰুণা নন্দী…