জনসচেতনতা আৰু পৰিৱেশ শিক্ষাৰ জৰিয়তে জীৱ বৈচিত্রৰ সুৰক্ষা

মানস প্রতিম দত্ত প্রকৃতিৰ নান্দনিক সৌন্দর্যই অনবৰতে সৌন্দর্য পিয়াসীসকলক আকর্ষিত কৰি ৰাখে। প্রকৃতিৰ অপৰূপ সৌন্দর্যই মন মুগ্ধ নকৰাকৈ থকা প্রাণী সমগ্র পৃথিৱীতে বিৰল। আমি পোনপটীয়া দর্শন নকৰা পর্যন্ত বিষয়বস্তু সম্পর্কীয় প্রকৃত তথ্য আৰু জ্ঞান…

তেজপুৰত জব্দ ২১টা গৰু সহ দুখন বাহন

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২১মে’: তেজপুৰৰ গৰৈমাৰীত যোৱা নিশা অবৈধভাবে সৰবৰাহ কৰা মুঠ ২১টা গৰু স্থানীয় লোকৰ খবৰৰ ভিত্তিত শালনীবাৰী আৰক্ষীয়ে জব্দ কৰাৰ লগতে মুঠ চাৰিজনক কৰায়ত্ত কৰিছে।উল্লেখযোগ্য যে,শোণিতপুৰৰ ইটাখোলা বজাৰৰ পৰা এখন নম্বৰ…

ভাৰতত জাপানী বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ তৎপৰতা

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে' জাপানী প্ৰধানমন্ত্ৰী ফুমিয়' কিছিডাৰ আমন্ত্ৰণ ক্ৰমে আৰু কোৱাড ২০২২ সন্মিলনত অংশগ্ৰহণৰ বাবে টকিয়'ত উপস্থিত হৈয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যস্ততাপূৰ্ণ সূচীৰ পাতনি মেলে। আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে…

১ জুনৰ পৰা ৰাজ্যৰ ৯৬ খন আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰ বন্ধ হৈ যাব

শতাব্দ প্রতিনিধি, লখিমপুৰ ২৩ মে': ৰাজ্যৰ শিক্ষামন্ত্রী ড° ৰনোজ পেণ্ডৰ ঘোষণা আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ এক গোপন নিৰ্দেশনাৰ পিছতে ৰাজ্যৰ ৮০০ গৰাকী আৰ এছ টি. চি., কৰ্মীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অহা ১ জুনৰ পৰা ৰাজ্যখনৰ ৯৬ খন আবাসিক…

শোণিতপুৰ জিলা কবি সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশন সমাপ্ত

শতাব্দ প্ৰতিনিধি, তেজপুৰ  ২৩ মেঃ  শোণিতপুৰ জিলা কবি সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনখন আজি দিনযোৰা কাৰ্যসূচীৰে তেজপুৰ জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়। এই উপল্যক্ষে পুৱা পতাকা উত্তোলন কৰে স্থায়ী সভাপতি ডাঃ হৰেণ শইকীয়াই। বন্তি প্ৰজ্জ্বলন…

২০১৩ৰ পিছত এ পি এছ চিৰ ২০১৪ বৰ্ষৰ নিযুক্তি কেলেংকাৰিৰো তদন্ত কৰিব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ মে' : অসম লোকসেৱা আয়োগত ২০১৪ চনত সংঘটিত নিযুক্তি কেলেংকাৰিৰ তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে অৰ্পণ কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক। এক অধিসুচনা যোগে ইতিমধ্যে ৰাজ্য চৰকাৰে ন্যায়াধীশ শৰ্মা…

ভাৰতত আর্থিক অৱস্থাৰ উন্নতি হৈছেনে অৱনতি? কি কৈছে সমীক্ষাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে' : চলিত বছৰত পৃথিৱীত নতুনকৈ ২৬ কোটি ৩০ লাখৰো বেছি মানুহ চৰম দাৰিদ্ৰতাৰ মুখত পৰিব পাৰে। সদ্য প্রকাশিত Oxfam Internationalৰ প্ৰতিবেদনত এনেদৰেই দাবী কৰা হৈছে। কেৱল ইমানেই নহয়, ইয়াৰ লগত আৰু নানা বিষয়ৰ প্ৰতিবেদন…

অসম কৃষি বিশ্ববিদ্যালয়ত স্কীল ডেভলপমেন্টৰ ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ

শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৩ মে : ৰাষ্ট্ৰীয় উচ্চ শিক্ষা প্ৰকল্প (নাহেপ) ৰ অৰ্থসাহায্যৰে অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুজীৱবৈজ্ঞানিক ব্যাঘাত ব্যৱস্থাপনাৰ দ্বাৰা শস্য পৰজীৱীৰ জৰিয়তে মাটিৰ গুণাগুণ বৃদ্ধি বিষয়ক এখন স্কীল ডেভলপমেন্টৰ…

তেজপুৰৰ ঐতিহ্যমণ্ডিত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ মূল প্ৰবেশ পথৰ তোৰণ উদঘাটন

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ মে': শৈক্ষিক অথবা বিদ্যায়তনিক ক্ষেত্ৰত কৃতিত্বৰ পৰিচয় দি অহাৰ লগতে ৮৭ বছৰীয়া ঐতিহ্যৰে গৰিমামণ্ডিত তেজপুৰ চহৰৰ চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ মূল প্ৰবেশ পথৰ নৱনিৰ্মিত তোৰণখন আজি  এক মাংগলিক পৰিৱেশৰ মাজত…

আকস্মিকভাৱে দৃষ্টিশক্তি হেৰুওৱা ডেভিদৰ কাযত “সতীৰ্থ”

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৩ মে’ :  এজন ডেকা যুৱক- নাম ডেভিদ পাদুন । বিধিয়ে দিলেও বিধাতাই নিদিয়াৰ দৰে ডেভিদে ডেকাকালত আকস্মিকভাৱে হেৰুৱাই পেলালে দৃষ্টিশক্তি । ক’ৰপৰা কি হৈ গ’ল ধৰিবই নোৱাৰিলে ডেভিদে । জীৱনৰ মাজ বাটতে মৰহিব ধৰিছে ফুলিবলৈ ধৰা…