অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নিয়োগ
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৩মে’:
বিপৰ্যয়ে লগ নেৰা অসম প্ৰদেশ কংগ্ৰেছ দলৰ ৰাজ্যিক মুখপাত্ৰ হিচাপে আজি শোণিতপুৰৰ কংগ্ৰেছ নেতা দাদুল বৰকাকতিক নিয়োগ কৰা হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে স্বাক্ষৰ কৰা পত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ…
