যোৰহাটত সত্ৰীয়া একাডেমীৰ সমাৱৰ্তন সম্পন্ন

 শতাব্দ প্ৰতিনিধি, যোৰহাট , ২২ মে : নিজস্ব ক্ষেত্ৰ বা বাকধৰাত যেতিয়া মানুহৰ পাৰদৰ্শিতা বৃদ্ধি পাব লাগিব, সমান্তৰালভাৱে মানুহৰ চিন্তাৰ যিটো উত্তৰণ ,সেই উত্তৰণ নিৰলস আৰু নিৰৱিচ্ছিন্ন ভাৱে আগবাঢ়ি যাব লাগিব।" সত্ৰীয়া সংগীতৰ প্ৰণালীবদ্ধ…

‘অসমীয়া অভিযন্তা’ৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয়ত ‘সাহস’

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২২ মে’ 'অসমীয়া অভিযন্তা'ৰ উদ্যোগত তথা তেজপুৰ বিশ্ববিদ্যালয় শিক্ষাৰ্থী পৰিষদৰ সহযোগত কালি তেজপুৰ বিশ্ববিদ্যালয়ত 'সাহস' শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হৈ যায়।উল্লেখ্য যে, উদ্যোক্তা 'অসমীয়া অভিযন্তা' হৈছে…

১১খন দেশত মাংকীপক্সৰ আতংকঃ ভাৰতকো সতর্ক কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা জাৰি কৰা হৈছে বিশেষ সতর্ক বার্তা। ১১খন দেশত মাঙ্কীপক্সৰ ৮০টা কেচ নিশ্চিত কৰা হৈছে। কেনেকৈ বিয়পিছে মাঙ্কীপক্স, ইয়াৰ প্রাদুর্ভাৱৰ মাত্রা আৰু কাৰণ আৰু ভালকৈ বুজাৰ বাবে কাম…

প্ৰতিশোধ

-বিনয় কৃষ্ণ তামুলী ফুকনতুমি মোৰ বাগিছাৰ গোলাপ এপাহ চুৰি কৰিলা মই তোমাৰ বলধ গৰুটো মনে মনে লৈ আহিলোঁ তুমি মোৰ চোলাটোৰ বুকুৰ বুটাম এটা আঁজুৰি চিঙিলা ধুতিখন খুলি তোমাক নাঙঠ কৰিলোঁ। খঙত একো নাই হৈ তুমি মোক বুকুত বহুৱাই দিলা…

বজাৰলৈ আহিল শোণিতপুৰৰ থলুৱা চাহৰ ব্ৰেণ্ড- “পাৰিজাত”

শতাব্দ প্ৰতিনিধি তেজপুৰ,২২মে': ৰাজ্যৰ চাহক দেশ-বিদেশৰ বজাৰত গুণগত ক্ষেত্ৰত বদনামী কৰিছে একাংশ বহিঃৰাজ্যৰ ব্যবসায়ীয়ে । এনে বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে অধিক লাভৰ আশাত যধেমধে ৰাজ্যৰ বিভিন্ন স্থানত কাৰখানা স্থাপন কৰি চাহপাতৰ গুণগত মান নিৰ্দ্ধাৰণ…

লখিমপুৰত নিশা ৰেলৱে ষ্টেচনত দুষ্ট চক্ৰ গ্ৰেপ্তাৰঃ ৭ জনক জেললৈ

শতাব্দ প্ৰতিনিধি ,লখিমপুৰ ২২ মে : উত্তৰ লখিমপুৰ সদৰ আৰক্ষীয়ে যোৱা নিশা লখিমপুৰ ৰেলৱে ষ্টেচনত অভিযান চলাই এটা বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই দলটোত ৰাজস্থানৰো কেইবাজনো লোক জড়িত হৈ আছিল । ঘটনাৰ বিবৰণী অনুসৰি যোৱা নিশা…

ডাভ’ছত আজিৰে পৰা আৰম্ভ ‘ৱৰ্ল্ড ইক’নমিক ফ’ৰাম’ৰ সন্মিলন

শতাব্দ বিশেষ প্ৰতিনিধি, ২২ মে' :ক'ভিড মহামাৰীৰ পাছত দুবছৰৰ অন্তত আজিৰে পৰা ছুইজাৰলেণ্ডৰ মনোমোহা স্কি ৰিজৰ্ট নগৰ ডাভ'ছত অনুষ্ঠিত হৈছে 'ৱৰ্ল্ড ইক'নমিক ফ'ৰাম'ৰ বাৰ্ষিক সন্মিলন। অহা ২৬ মে'লৈকে অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনখনত ৰাজনৈতিক,…

সদগুৰুৱে দেখুওৱা পথেৰে আহিছে সফলতা !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : ৫২ শতাংশ কৃষিভূমি ইতিমধ্যেই ক্ষয়প্রাপ্ত হৈছে গোটেই বিশ্বজুৰি। বিশ্বৰ মাটি সংকটৰ দিশত। সেয়ে জৰুৰী মনোযোগৰ প্রয়োজন। সেই প্রয়োজনৰ কথা সমুখত ৰাখি আৰম্ভ হৈছে সদগুৰুৱে দেখুওৱা পথেৰে Save Soil প্রজেক্ট।…

আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস-২০২২.

আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস-২০২ শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : প্ৰতি বছৰে ২২ মে’ত জৈৱ বৈচিত্ৰ্যৰ উদ্বেগ সম্পৰ্কে সজাগতা আৰু বুজাবুজিৰ বাবে আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘই নিৰ্দিষ্ট কৰা এই দিৱসৰ…

জলবিদ্যুৎ প্ৰকল্প : অৰুণাচল চৰকাৰৰ ওপৰত ক্ষুণ্ণ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ

শতাব্দ বিশেষ প্ৰতিনিধি, ২২ মে' : বৃহৎ বৃহৎ জলবিদ্যুৎ প্ৰকল্প স্থাপনেৰে উন্নয়নৰ সৌধ গঢ়িবলৈ বদ্ধপৰিকৰ হোৱা অৰুণাচল প্ৰদেশ চৰকাৰৰ ওপৰত খড়্গহস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আৰু কেন্দ্ৰীয় বন, পাৰিপাৰ্শ্বিকতা, জলবায়ু পৰিৱৰ্তন…