১৯৫১ চনৰ কাট অফ বৰ্ষৰে শুদ্ধ এন আৰ চিৰ দাবী পিপিএফএৰ
গুৱাহাটী ২২ মেঃ নেচনেল ৰেজিষ্টাৰ অৱ চিটিজেনছ (এন আৰ চি) অসমৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই তেওঁৰ পূৰ্বৰ প্ৰতীক হাজেলাৰ বিৰুদ্ধে ছফটৱেৰ টেম্পাৰিঙৰ সহায়ত সন্দেহযুক্ত ব্যক্তিৰ নাম প্ৰতাৰণাৰে অন্তৰ্ভূক্ত কৰাৰ বাবে দাখিল কৰা আৰক্ষী এজাহাৰত উদ্বেগ…
