মাজুলীত আজিৰ পৰা আৰম্ভ হ’ল জিলা সত্ৰ ন্যায়াধীশ 

 শতাব্দ প্ৰতিনিধি, মাজুলী,২১ মে': মাজুলীৰ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত আজি গুৱাহাটী হাই কৰ্টৰ ন্যায়াধীশ সুমন শ্যাম আৰু অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই স্ক্ৰীণ টানি, ফিটা কাটি মাজুলী জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় উদ্বোধন কৰে।বিয়লি দুই…

দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ “তৰুণ অসম সংঘ” ৯২ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰম্ভ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২১ মে' : সু-সাহিত্যিক লক্ষীধৰ শৰ্মাকে ধৰি জাতীয় জীৱনৰ বহু কেইগৰাকী পুৰোধা ব্যক্তিৰ প্ৰযত্নত ১৯৩০ চনতে তেজপুৰত গঢ়ি উঠা "তৰুণ অসম সংঘ" ৰ ২২ মে'ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত বৰ্ণাঢ্য…

ডলুৰ উচ্ছেদৰ বিৰুদ্ধে তিনিচুকীয়াত ৪ সংগঠনৰ তীব্ৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ মে’ : কাছাৰৰ ডলু চাহ বাগিছাত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ নামত ২৫০০ বিঘা ভূমিৰ লাখ লাখ উৎপাদনশীল চাহগছ উচ্ছেদ কৰি প্ৰায় তিনিহাজাৰ চাহ শ্ৰমিকৰ জীৱন, জীৱিকাৰ লগতে বাগিছাখন ধ্বংস কৰাৰ প্ৰতিবাদত আজি…

অবসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ সম্বৰ্ধনা সভা

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ ,২১মে’: “নিজৰ কৰ্মৰ প্ৰতি ভালপোৱাৰ মাজেৰেই জীৱনত আগবাঢ়িবলৈ প্ৰেৰণা পোৱা যায়“ - এই মন্তব্য বিশিষ্ট কণ্ঠশিল্পী দুৰ্গাময়ী বৰাৰ। বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চই কালি  তেজপুৰস্থিত  অসমীয়া ক্লাবত  আয়োজন…

শোণিতপুৰত ড্ৰাগছ-গাঞ্জা আৰু নকল সোণ জব্দ

শতাব্দ প্ৰতিনিধি তেজপুৰ,২১মে’: শোণিতপুৰ তথা তেজপুৰ আৰক্ষীয়ে যোৱা সময়চোৱাত জিলাখনত চলোৱা ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযানত যথেষ্ট পৰিমাণৰ নিষিদ্ধ দ্ৰব্যসহ ভালেসংখ্যক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বৰ্তমানেও তেজপুৰ…

লখিমপুৰত উইংগাৰ -ই ৰিক্সাৰ মুখামুখি সংঘৰ্ষ ; নিহত -১ 

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ মে : লখিমপুৰ নগৰৰ মৈদমীয়াত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । পুৱা প্রায় ৫ বজাত সংঘটিত এই ঘটনাত মৈদমীয়া নিবাসী মইনুদ্দিন আলি (৪৫)নামৰ লোকজনৰ থিতাতে মৃত্যু হয় । ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা পাঁচ মান বজাত ১৫ নং…

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ পৰিগৃহীত গাঁও বানৰ কবলত

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ মেঃ  তেজপুৰৰ বিভিন্ন অঞ্চলত বানপানীয়ে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা দুৰ্বিসহ কৰি তোলাৰ সমান্তৰাল ভাবে খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে। এনে সমস্যাৰ মাজতেই কালি তেজপুৰৰ…

সুৰৰ দেউল সংগীত বিদ্যালয়ৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন

শতাব্দ প্ৰতিনিধি, যোৰহাট , ২০ মেঃ যোৰহাটৰ সুৰৰ দেউল সংগীত বিদ্যালয়ৰ চতুৰ্থ বৰ্ষপূৰ্তি কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হয়। উল্লেখ্য, এই উপলক্ষে ইতিমধ্যে ১৫ মেত সদৌ অসম ভিত্তিত প্ৰয়াত গীতিকাৰ নুৰুল হক আৰু গণশিল্পী মুহিবুদ্দিন আহমেদ…

২০২৩ চনত সমাধান হ’ব অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা সমস্যা

ৰামকৃষ্ণ মিছন আশ্ৰমৰ স্বৰ্ণ জয়ন্তীত অংশগ্ৰহণ : মোডী চৰকাৰৰ ৮ বছৰত উত্তৰ-পূবৰ ৯০০০ যুৱকৰ অস্ত্ৰ ত্যাগ : উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে গৃহ মন্ত্ৰালয়ৰ তিনিদফীয়া এজেণ্ডাশতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ মে’ : ২০২৩ চনৰ ভিতৰতে অসম আৰু…

এক পঞ্চমাংশ সৰীসৃপ বিলুপ্তিৰ আশংকাত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : বিশ্বজুৰি প্ৰতি পাঁচটা সৰীসৃপ প্ৰজাতিৰ ভিতৰত এটাতকৈ অধিক সৰীসৃপ বিলুপ্তিৰ আশংকাত ভুগিছে। অধ্যয়ন কৰা ১০,১৯৬টা সৰীসৃপ প্ৰজাতিৰ ভিতৰত ২১% বিপন্ন, গুৰুতৰভাৱে বিপন্ন বা বিলুপ্তিৰ দুৰ্বল হিচাপে শ্ৰেণীভুক্ত কৰা…