অসমৰ বান পৰিস্থিতি : মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : অসমৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত আৰু চাৰিজন লোকৰ মৃত্যু হৈছে বানৰ ফলত। এই চাৰিজনৰ মৃত্যুৰ লগে লগে বৰ্তমান বাৰিষাৰ পূৰ্বে হোৱা বানপানী আৰু ভূমিস্খলনত হোৱা মৃতকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি…

গুৱাহাটীত প্ৰথমবাৰৰ বাবে সফলভাবে বৃক্ষ স্থানান্তৰ- প্ৰতিস্থাপন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে': প্ৰথমবাৰৰ বাবে বন বিভাগে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সহযোগিতা কৰি আজি গুৱাহাটীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমিনগাঁৱৰ বায়’টেক পাৰ্ক চৌহদলৈ দুজোপা গছ স্থানান্তৰ কৰি সফলভাবে ৰোপণ কৰে। ২.৫ বছৰ বয়সৰ এজোপা আঁহত…

মহিলা ৰেফাৰীৰ হুইছেলত পৰিচালিত হ’ব কাটাৰ বিশ্বকাপ ফুটবলৰ শ্বাসৰুদ্ধ  ৯০ মিনিট

শতাব্দ বিশেষ প্ৰতিনিধি, ২১ মে' :অহা ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰ তাৰিখলৈকে মধ্যপ্ৰাচ্যৰ কাটাৰত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপৰ ইতিমধ্যে আৰম্ভ হৈছে অন্তিম ক্ষণ গণনা। যুদ্ধকালীন গতিত চলিছে 'দ্য গ্ৰেটেষ্ট শ্ব' অন আৰ্থ'ৰ মহা…

আসন্ন নেকি তৃতীয় বিশ্বযুদ্ধ ? সন্দেহৰ আৱৰ্তত আমেৰিকাৰ ভূমিকা

ৰাণু বৰুৱা, ২১ মে' : ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ প্ৰায় তিনি মাহ উকলিবৰ হ'ল। কিন্তু যুদ্ধ শাম কটাৰ কোনো লক্ষণেই এতিয়ালৈকে দেখা নাই। ৰাছিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই ইটোৰ পাছত সিটো প্ৰস্তাৱ গ্ৰহণ কৰি আছে যদিও কাৰ্যত: যুদ্ধ অন্ত পেলোৱাৰ…

অসমীয়া জাতি পুনৰ গঠনৰ প্ৰয়োজন আছে

বিমল বৰগোহাঁইস্বৰ্গদেউ চাওল্যুং চুকাফাই বিভিন্ন জাতি-জনজাতি, উপজাতি সমূহক লৈ যি বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্রক্রিয়াত আগভাগ লৈছিল, সেই কথা বুৰঞ্জীৰ পাত লুটিয়ালেই সকলোৱে অনুধাৱন কৰিব পাৰিব। সেয়েহে, তেখেতক অসমীয়া জাতিৰ নিৰ্মাতা বুলিও কোৱা…

২১ মে’ত কিয় আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস

৩৫ খনতকৈও অধিক দেশত চাহ খেতিয়ে ১ কোটি ৩০ লাখতকৈ অধিক লোকৰ জীৱন- জীৱিকাৰ বাট মোকলাই আছে। ২০০৫ চনত ট্ৰেড ইউনিয়নে আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসে চাহৰ স্বাস্থ্য উপকাৰিতা, অৰ্থনৈতিক গুৰুত্ব, আৰু সাংস্কৃতিক ঐতিহ্য উদযাপন কৰে।…

চলতি বছৰত মহাকাশলৈ নাযায় ‘গগনযান-২০২২’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : পিছুৱাই গৈছে মহাকাশলৈ ভাৰতীয় মহাকাশচাৰী প্ৰেৰণৰ প্রকল্প। কালি ২০ মে'ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISROৰ তৰফৰ পৰা জনোৱা হৈছে যে, নিৰাপত্তাজনিত কাৰণত চলিত বছৰত ‘গগনযান-২০২২’ প্রকল্পৰ চূড়ান্ত ধাপ সম্পন্ন নহ'বও…

এটা ছাতিৰ দাম ১ লাখ ২৭ হাজাৰ টকা !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : নাম কৰা বিভিন্ন ফেছন সংস্থাই মাজে সময়ে বজাৰলৈ আনে আকাশলংঘী মূল্যৰ কিছু সামগ্রী। সেই পথেৰেই আগবাঢ়ি আহি ফেছন সংস্থা গুচ্চি আৰু ক্রীড়াসামগ্রী প্রস্তুতকাৰী সংস্থা এডিডাছে সম্প্রতি যৌথভাৱে চীনৰ বজাৰলৈ…

ভাৰতত অভিলেখ পৰিমাণৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ

শতাব্দ বিশেষ প্ৰতিনিধি আৰু শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি ভাৰতে ২০২১-২২ বিত্তীয় বৰ্ষত ৮৩.৫৭ বিলিয়ন ডলাৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কালি প্ৰকাশ…

হেলমেট পিন্ধিলেও কিয় ভৰিবলগীয়া হ’ব পাৰে জৰিমনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : সকলো বাইক আৰোহীৰেই একেই কথা, পুলিচ কর্মীসকলে যদি চালান কটাৰ ইচ্ছা কৰে, তেতিয়া হ'লে অৱশ্যেই তেওঁলোকে চালান কাটিবই। গাড়ীৰ সকলো কাগজপত্র থাকিলেও, হেলমেট বা মাস্ক পিন্ধা থাকিলেও কিবা নহয় কিবা এটা কাৰণ বিচাৰি…