আসন্ন নেকি তৃতীয় বিশ্বযুদ্ধ ? সন্দেহৰ আৱৰ্তত আমেৰিকাৰ ভূমিকা

ৰাণু বৰুৱা, ২১ মে' : ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ প্ৰায় তিনি মাহ উকলিবৰ হ'ল। কিন্তু যুদ্ধ শাম কটাৰ কোনো লক্ষণেই এতিয়ালৈকে দেখা নাই। ৰাছিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই ইটোৰ পাছত সিটো প্ৰস্তাৱ গ্ৰহণ কৰি আছে যদিও কাৰ্যত: যুদ্ধ অন্ত পেলোৱাৰ…

অসমীয়া জাতি পুনৰ গঠনৰ প্ৰয়োজন আছে

বিমল বৰগোহাঁইস্বৰ্গদেউ চাওল্যুং চুকাফাই বিভিন্ন জাতি-জনজাতি, উপজাতি সমূহক লৈ যি বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্রক্রিয়াত আগভাগ লৈছিল, সেই কথা বুৰঞ্জীৰ পাত লুটিয়ালেই সকলোৱে অনুধাৱন কৰিব পাৰিব। সেয়েহে, তেখেতক অসমীয়া জাতিৰ নিৰ্মাতা বুলিও কোৱা…

২১ মে’ত কিয় আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস

৩৫ খনতকৈও অধিক দেশত চাহ খেতিয়ে ১ কোটি ৩০ লাখতকৈ অধিক লোকৰ জীৱন- জীৱিকাৰ বাট মোকলাই আছে। ২০০৫ চনত ট্ৰেড ইউনিয়নে আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসে চাহৰ স্বাস্থ্য উপকাৰিতা, অৰ্থনৈতিক গুৰুত্ব, আৰু সাংস্কৃতিক ঐতিহ্য উদযাপন কৰে।…

চলতি বছৰত মহাকাশলৈ নাযায় ‘গগনযান-২০২২’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : পিছুৱাই গৈছে মহাকাশলৈ ভাৰতীয় মহাকাশচাৰী প্ৰেৰণৰ প্রকল্প। কালি ২০ মে'ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISROৰ তৰফৰ পৰা জনোৱা হৈছে যে, নিৰাপত্তাজনিত কাৰণত চলিত বছৰত ‘গগনযান-২০২২’ প্রকল্পৰ চূড়ান্ত ধাপ সম্পন্ন নহ'বও…

এটা ছাতিৰ দাম ১ লাখ ২৭ হাজাৰ টকা !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : নাম কৰা বিভিন্ন ফেছন সংস্থাই মাজে সময়ে বজাৰলৈ আনে আকাশলংঘী মূল্যৰ কিছু সামগ্রী। সেই পথেৰেই আগবাঢ়ি আহি ফেছন সংস্থা গুচ্চি আৰু ক্রীড়াসামগ্রী প্রস্তুতকাৰী সংস্থা এডিডাছে সম্প্রতি যৌথভাৱে চীনৰ বজাৰলৈ…

ভাৰতত অভিলেখ পৰিমাণৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ

শতাব্দ বিশেষ প্ৰতিনিধি আৰু শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি ভাৰতে ২০২১-২২ বিত্তীয় বৰ্ষত ৮৩.৫৭ বিলিয়ন ডলাৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কালি প্ৰকাশ…

হেলমেট পিন্ধিলেও কিয় ভৰিবলগীয়া হ’ব পাৰে জৰিমনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : সকলো বাইক আৰোহীৰেই একেই কথা, পুলিচ কর্মীসকলে যদি চালান কটাৰ ইচ্ছা কৰে, তেতিয়া হ'লে অৱশ্যেই তেওঁলোকে চালান কাটিবই। গাড়ীৰ সকলো কাগজপত্র থাকিলেও, হেলমেট বা মাস্ক পিন্ধা থাকিলেও কিবা নহয় কিবা এটা কাৰণ বিচাৰি…

অর্ধেকৰো কম দামত পেট্র’ল-ডিজেল !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : পেট্র'ল-ডিজেলৰ ক্রমবর্ধমান মূল্যস্ফীতিৰ মাজতে সাধাৰণ মানুহৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্রেই পেট্র'ল আৰু ডিজেলৰ দাম কমোৱাৰ ঘোষণা দিব পাৰে চৰকাৰে। সূত্রৰ মতে, পহিলা এপ্রিল, ২০২৩ৰ পৰা ২০ শতাংশ ইথানল মিশ্রিত…

ৰাজ্যৰ মুঠ ২৫টা সমষ্টি শোচনীয় বানৰ কবলতঃ তেজপুৰত জলসম্পদ মন্ত্ৰী

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২০মে’: ৰাজ্যত যোৱা কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত বানৰ সৃষ্টি হৈছে।ৰাজ্যত পূৰ্বে এটা দিনত ৬০ মিলি মিটাৰ বৰষুণ হোৱাৰ বিপৰীতে যোৱা সপ্তাহত ডিমা হাছাওত এটা দিনতে ৪৬১ মিলিমিটাৰ বৰষুণ হৈছিল । এই তথ্য আজি…

ধেমাজিৰ তিৱা কৃষ্টি ভৱনক নিশাটোতে পুথিভঁৰালৰ ৰূপ দিলে অজ্ঞাত লোকে

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২০ মে’ : অসমৰ অন্যতম জনগোষ্ঠীয় ভূমিপুত্ৰ তিৱাসকলৰ নামত থকা “ধেমাজি তিৱা কৃষ্টি ভৱন”ত কোনো দুষ্কৃতিকাৰীয়ে ৰাতি আন্ধাৰৰ সুযোগ লৈ “নলনিপাম পুথিভঁৰাল” বুলি লিখি অবৈধ দখল কৰিবলৈ চেষ্টা চলোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ…