লেখক
শতাব্দ3193 লেখা 0 মন্তব্য
শোণিতপুৰৰ বৰছলাত হাজাৰ হাজাৰ বিঘা মাকৈ, মৰাপাট, বড়ো ধানৰ খেতি- পাচলি বাগান পানীৰ তলত
শতাব্দ প্ৰতিনিধি তেজপুৰ,২০মে’:
আগতীয়া বানে ৰাজ্যজুৰি ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে শোণিতপুৰৰ বৰছলা সমষ্টিত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কৃষক ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে । বৃহৎ পৰিমাণৰ কৃষি ভূমি চপৰা চপৰে ব্ৰহ্মপুত্ৰত জাহ যোৱা সমষ্টিটোৰ বছা…
২৪ মে’ৰ পৰা তিনিচুকীয়াত ২২০ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ মে’ : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা তিনিচুকীয়া জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত ২৪ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াৰ বৰগুৰি হাইস্কুলৰ খেলপথাৰত উদযাপন কৰা হ'ব ২২০ সংখ্যক…
ডলুৰ উচ্ছেদৰ প্ৰতিবাদত তিনিচুকীয়াৰ চাহ বাগিচাত এ চি এম এছৰ ধর্ণা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ মে’ : কাছাৰৰ ডলু চাহ বাগিছাৰ নিৰীহ চাহ শ্ৰমিকৰ কাতৰ আহ্বানক নেওচি উচ্ছেদ চলাই যোৱা আদানি, আম্বানী দৰে পুঁজিপতিৰ পদলেহনকাৰী বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত আজি অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ)…
ৰঙানদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ মেঃ লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী থানাৰ অন্তৰ্গত ৰঙানদীত আজি বিয়লি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। নাওবৈচাৰ নভগনীয়া গাঁৱৰ সমীপত ৰঙানদীৰ পানী যুঁৱলিত এই অচিনাক্ত মৃতদেহটো উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে…
ধেমাজিত শোৱনি কোঠাৰপৰা চোৰে নিলে নগদ ধন-সোণৰ অলংকাৰ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২০ মে’ :
ধেমাজিত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ উপদ্ৰৱ । ৰাতিৰ কথা বাদেই দিন দুপৰতে চোৰে অভিযান চলাই লুটি নিছে নগদ ধন আৰু মূল্যবান সম্পদ । এনে চোৰ বিচাৰি আৰক্ষী সন্দিহান হৈ থকাৰ সময়তে যোৱানিশা ধেমাজি নগৰৰ এঘৰ…
লখিমপুৰত মাত্ৰ ৮ টা দিনত অবিশ্বাস্য বৃষ্টিপাত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ মে':
প্ৰবল আৰু নেৰানেপেৰা বৰষুণে ৰাজ্যত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে লখিমপুৰত যোৱা ৮ টা দিনত অবিশ্বাস্য পৰিমাণৰ বৰষুণ হৈছে।আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, উত্তৰ লখিমপুৰে জনোৱা মতে ১-১৯ মে'লৈকে উত্তৰ লখিমপুৰত…
অৰুণাচলৰ নেচিফু সুৰংগ ছেপ্টেম্বৰত মুকলিৰ লক্ষ্য
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২০ মে' :
অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত নিৰ্মীয়মান তথা প্ৰতিৰক্ষা আৰু সৰ্বসাধাৰণৰ যাতায়াতৰ বাবে গুৰুত্বপূৰ্ণ নেচিফু সুৰংগৰ নিৰ্মাণৰ শেষ পৰ্যায়ৰ বাবে প্ৰয়োজনীয় অন্তিমটো বিস্ফোৰণ আজি সংঘটিত কৰা হয় । উল্লেখযোগ্য…
মাজুলীত ভাৰত চৰকাৰৰ পথ পৰিৱহণ মন্ত্ৰালয়ৰ মুখ্য কাৰ্যবাহী অভিযন্তা ইউ চি কাত্তাৰ
মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণ স্থলীৰ পৰা পৰাণজ্যোতি বৰা,মাজুলী ২০ মে':
আজি মাজুলী-যোৰহাট দলং নিৰ্মাণ স্থলীত দলংখনত হোৱা বিসংগতি পৰিদৰ্শনৰ কৰে চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ জ'ন ৫ ৰ মুখ্য কাৰ্যবাহী অভিযন্তা ইউ চি কাত্তাৰে।দলংখনৰ খুটা…
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ২২ জনীয়া প্ৰথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ মে' : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৮ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে ২২ জনীয়া প্ৰথমখন তালিকা। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি…
