পাম অইল ৰপ্তানিৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ ইণ্ডোনেছিয়াৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ মে' :অৱশেষত ইণ্ডোনেছিয়াই পাম অইলৰ ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল। আজি দেশখনৰ ৰাষ্ট্ৰপতি জ'ক' উইড'ড' এ এক ভিডিঅ' বাৰ্তা যোগে এই কথা সদৰী কৰিছে। উল্লেখযোগ্য যে, যোৱা ২৮ এপ্ৰিল…
