মাৰ্ঘেৰিটাৰ টিককত কয়লা খনন

শতাব্দ প্রতিনিধি, তিনিচুকীয়া, ১৯ মেঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ টিককত চলি থকা কয়লা খনন সন্দৰ্ভত উপায়ুক্তৰ পৰা জবাব বিচাৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । উল্লেখ্য যে দিহিং পাটকাইৰ শালেকী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধ কয়লা খননক লৈ উচ্চ…

অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী-অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বোধেশ্বৰ শইকীয়াৰ দেহাৱসান

শতাব্দ প্রতিনিধি,মাজুলী,১৯ মেঃ মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বোধেশ্বৰ শইকীয়াৰ আজি পুৱা নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে।মাজুলীৰ কমলপুৰ গাঁৱৰ নিবাসী, অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, সাহিত্য-সংস্কৃতিৰ…

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ  ৫ লাখ হিতাধিকাৰিলৈ গৃহৰ আবণ্টন আৰু পুঁজি প্ৰদান

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৯ মেঃ যোৰহাটৰ কছাৰী ময়দানত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ৫ লাখ হিতাধিকাৰিলৈ গৃহৰ আবণ্টন আৰু পুঁজি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ১২ গৰাকী হিতাধিকাৰিক ধনাদেশ পত্ৰ প্ৰদান কৰি এই আঁচনিৰ শুভাৰম্ভ কৰে। …

নাওবৈচাত ক্ষুধাৰ্থ বন্যাৰ্তই  জ্বলালে ভৰত নৰহৰ পুত্তলিকা

শতাব্দ প্রতিনিধি,লখিমপুৰ,১৯ মেঃ লখিমপুৰত অব্যাহত আছে ধাৰাষাৰ বৰষুণ। নেৰানেপেৰা বৰষুণৰ বাবে জিলাখনত স্তব্ধ হৈ পৰিছে জনজীৱন। জিলাখনৰ প্ৰধান নদী বিশেষকৈ ৰঙানদী, সোৱণশিৰি, ডিক্ৰং, গাভৰু শিঙৰা আদি নদীসমূহ উফন্দি উঠিছে। জিলাখনত হোৱা বানৰ ফলত…

সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ আৰম্ভ

শতাব্দ প্ৰতিনিধি, যোৰহাট ,১৯ মেঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত অনুষ্ঠিত সমাৰোহখনি আজি পুৱা মুকলি…

পূৱ তেলাহীত সোৱণশিৰিৰ খহনীয়াত জাহ গ’ল ছটা পৰিয়ালৰ বাসগৃহ

শতাব্দ প্রতিনিধি, লখিমপুৰ, ১৯ মেঃ বানৰ সমান্তৰালকৈ লখিমপুৰ জিলাত সোৱণশিৰিৰ খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে। বৃহত্তৰ তেলাহী মৌজাৰ পূৱ তেলাহীত এতিয়া সোৱণশিৰি নদীয়ে প্রচণ্ড গৰাখহনীয়াৰ সৃষ্টি কৰাত ছটা পৰিয়ালৰ বাসগৃহ চলিত সপ্তাহত সোৱণশিৰিৰ বুকুত…

লখিমপুৰত হেণ্ডকাপ সহ আদালতৰ পৰা পলায়নৰ চেষ্টা ড্ৰাগছ ব্যৱসায়ীৰ

শতাব্দ প্রতিনিধি, লখিমপুৰ ১৯ মেঃ সমগ্র ৰাজ্যখনত আৰক্ষীয়ে ড্রাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে লখিমপুৰতো লখিমপুৰ আৰক্ষীয়ে ভালেসংখ্যক ড্ৰাগছ ব্যবসায়ী আৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। তেনে সময়তে আজি লখিমপুৰ আদালতৰ পৰা এটা…

তেজপুৰত কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯মে’: তেজপুৰৰ প্ৰাকৃতিক হোলাসমূহ যিসকল লোকে অবৈধ ভাবে দখল কৰি আছে তথা এনে বেদখলিকৃত অঞ্চলত যি নিৰ্মাণকাৰ্য চলাইছে সেয়া নিশ্চিত ভাবে উচ্ছেদ কৰা হ’ব। আজি তেজপুৰ পৌৰ সভাৰ নৱনিৰ্বাচিত পৌৰপতি প্ৰজ্ঞানু…

২২মে’ত দেশজুৰি বাইকৰেলী ক্ৰীড়া ভাৰতীৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৯মে’: সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ১৮টা স্থানৰ পৰা একেসময়তে অহা ২২মে’ৰ পুৱা ৮-৫৬বজাত আৰম্ভ হ’ব ক্ৰীড়া ভাৰতীৰ এক বাইক ৰেলী।দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচীৰ অংশ হিচাপেই দেশৰ মুঠ ২২০স্থানৰ প্ৰত্যেকৰে পৰাই ৭৫খন…

সৰ্বনাশ ! ডায়েবেটিছত ভাত-ৰুটি নাখাই কি খাব?

সৰ্বনাশ ! ডায়েবেটিছত ভাত-ৰুটি নাখাই কি খাব?ডায়েবেটিছত উচ্চ ব্লাড চুগাৰ হ’লে ভাত আৰু ৰুটিৰে দিনটো পাৰ কৰা যায়।স্বাস্থ্যৰ পৰামৰ্শঃ ডায়েবেটিছত দুপৰীয়া ভাত আৰু ৰাতি ৰুটিয়ে নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে।পৰিৱৰ্তিত জীৱনশৈলীয়ে…