তিনিচুকীয়াত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ মে’ : তিনিচুকীয়া চহৰৰ হিজুগুৰী এলেকাৰ উৰণীয়া সেঁতুৰ সমীপত আজি পুনৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । জানিব পৰা মতে ৰে’লৱে গুডছ্ য়াৰ্ডৰ পৰা সামগ্ৰী কঢ়িয়াই অনা এ এছ ০১ ইউ ৮৫৯৫ নম্বৰৰ এখন ট্ৰাকে এজন পথচাৰীক…

তেজপুৰত পুনৰ ড্ৰাগছ সহ কৰায়ত্ত দুই সৰবৰাহকাৰী

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮মে’: তেজপুৰত কালি মাতৃ পুত্ৰসহ মুঠ তিনিজনক ড্ৰাগছ সৰবৰাহ তথা বিক্ৰী কৰাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত যোৱা নিশা পুনৰ আৰক্ষীয়ে আন এক ড্ৰাগছ বিৰোধী অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য…

পাকিস্তান-চীন সীমান্তলৈ ৰাছিয়ান S-400

দাদুল দেৱকৃষ্ণ বৰুৱা আগন্তুক মাহ, অর্থাৎ জুন মাহতেই ভাৰতীয় সীমান্তত মেতায়েন কৰা হ'ব পাৰে ৰাছিয়াৰ পৰা কিনা এছ-৪০০ মিছাইল ছিষ্টেম। চীন আৰু পাকিস্তানৰ ক্রমাগত ভাবুকিৰ কথা মনত ৰাখিয়েই এই অত্যাধুনিক মিছাইল চিষ্টেম প্রতিস্থাপন কৰা হ'ব।…

“বিশেষ শিক্ষক” নিযুক্তি দিয়া নাই অসমৰ শিক্ষা বিভাগে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ মেঃ ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে দিব্যাংগ শিশু সকলৰ শৈক্ষিক অধিকাৰ সুনিশ্চিত কৰিবলৈ ২৮ অক্টোৱৰ'২০২১ তাৰিখে WP(c) - 132/2016 আৰু WP(c) 876/2017 নং আবেদনৰ শুনানিত এক নিৰ্দেশাৱলী জাৰি কৰিছিল।এই শুনানিত ন্যায়ালয়ে…

উদ্বেগ, মানসিক অৱসাদে আনিব পাৰে বিপদ

মুক্তামণি ভূমিফুকনকম বেছি পৰিমাণে মানসিক অৱসাদ প্ৰায় সকলো মানুহৰ জীৱনতে থাকে। উদ্বেগ আৰু মানসিক অৱসাদে মানুহক প্ৰভাৱান্বিত কৰিলেও সেই অৱসাদ বা উদ্বেগক পাৰ্যমানে এৰাই চলিব পাৰিব লাগে। এই কথাটোৰ অৱশ্যে এটা গভীৰ অৰ্থ নথকা নহয়। নিজৰ…

‘অচিনাক্ত উৰন্ত প্ৰপঞ্চ’ৰ সন্ধানত এইবাৰ আমেৰিকাৰ জনপ্ৰতিনিধি

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ মে' : প্ৰায় অৰ্ধ শতিকাৰ অধিক সময়ৰ পাছত কালি প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছত অনুষ্ঠিত কৰা হয় ব্যাখ্যাতীত উৰন্ত প্ৰপঞ্চ(Unexplained Aerial Phenomena) ৰ ওপৰত ৰাজহুৱা শুনানী। আকাশত হঠাতে দৃশ্যমান…

QP মানে ‘আকাশ এয়াৰ’ 

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ মে' : অহা জুলাই মাহত ভাৰতৰ আকাশমাৰ্গত নতুনকৈ বিমান সেৱা আৰম্ভ কৰিবলগীয়া 'আকাশ এয়াৰ'লৈ প্ৰদান কৰা হৈছে এয়াৰলাইন ক'ড। দেশী-বিদেশী সকলোবোৰ বিমান পৰিৱহণ সংস্থাৰে এটা নিজস্ব ক'ড বা সাংকেতিক চিহ্ন থাকে।…

সুখবৰৰ অপেক্ষাত ভাৰতীয় গ্ৰীণকাৰ্ড আবেদনকাৰী

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ মে' :সপোনপুৰী আমেৰিকা যুক্তৰাষ্ট্ৰত স্থায়ীভাৱে বসতি কৰাৰ সপোন দেখা সকলৰ বাবে সুখবৰ ! আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ এখন পৰামৰ্শদাতা আয়োগে সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰপতি জ' বিডেনক চুপাৰিছ প্ৰদান…

মাটিৰ তলত বাংকাৰ চহৰঃ আক্ৰমণ হ’লেও ‘প্রস্তুত’ ফিনলেণ্ড

দাদুল দেৱকৃষ্ণ বৰুৱাবাংকাৰ নিৰ্মাণৰ কামটো আৰম্ভ হৈছিল প্রায় ৭৫ বছৰ পূৰ্বে। এতিয়া অনুমান কৰা হৈছে, কামত লাগিব সেইবোৰ। হয়তো নিকট ভৱিষ্যতত ! ফিনলেণ্ডে নেটোতে যোগ দিয়াৰ বাবে অতি-সক্রিয়তাৰেই পৰোক্ষভাৱে অসন্তোষ প্রকাশ কৰিছে…