নৌসেনাৰ হাতত দেশীয় ডেষ্ট্ৰয়াৰ আৰু ফ্রিগেট স্বনির্ভৰতাৰ বার্তা ৰাজনাথ সিঙৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ মে' : একেলগে পানীত ভাঁহিল ভাৰতীয় নৌসেনাৰ দুই আধুনিক যুদ্ধ জাহাজ। প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে ১৭ মে' মঙ্গলবাৰে মুম্বাইৰ ‘মাঝগাঁও ডক য়ার্ড’ৰ পৰা আনুষ্ঠানিকভাৱে নৌবাহিনীৰ অন্তর্ভুক্ত কৰে ডেষ্ট্ৰয়াৰ…

অৰুণাচলত ‘হিমালয়ান বাৰ্ড কাউণ্ট’ নথিভুক্ত হ’ল ৭০টা প্ৰজাতিৰ চৰাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ মে' : অৰুণাচল প্ৰদেশত হিমালয়ান পক্ষী গণনাৰ (Himalayan Bird Count) সময়ত কমেও ৭০টা ভিন্ন প্ৰজাতিৰ চৰাই গণনা কৰা হয়। পশ্চিম প্ৰান্তৰ লাডাখৰ পৰা পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশলৈকে এয়াই প্ৰথমবাৰৰ বাবে…

হোমেন বৰগোহাঞিৰ “প্ৰজ্ঞাৰ সাধনা” আৰু মোৰ কিছু অনুভৱ

বিমল বৰগোঁহাই      হোমেন বৰগোহাঞি ছাৰৰ প্ৰতিখন গ্ৰন্থই মোৰ প্ৰিয়। তেখেতৰ এখন বিশেষ গ্ৰন্থৰ বিষয়ে কবলৈ বা সেই গ্ৰন্থখনৰ ওপৰত মন্তব্য বা সমালোচনা কৰাটো মোৰ দৰে এজন সাধাৰণ ন লেখকৰ বাবে বৰ সমীচীন নহব। তথাপি মোৰ মন আৰু মগজুত সদায় আলোড়ন সৃষ্টি…

সদ্য নিযুক্তি প্ৰাপ্ত বিশ গৰাকী যুৱক-যুৱতীক অভিনন্দন

শতাব্দ প্ৰতিনিধি, যোৰহাট ,১৭ মে:  উত্তৰ পশ্চিম যোৰহাটৰ এক বিশেষ অঞ্চলৰ একাংশ  যুৱক-যুৱতীয়ে অসম চৰকাৰৰ যিকোনো চাকৰি ওলালেই পাৰদৰ্শিতাৰ বলত বছৰি নিযুক্তি লাভ কৰি আহিছে। বিশেষকৈ অঞ্চলতোৰ সকাইখঙীয়া, উজনিখঙীয়া,এলেংমৰা, খুটীয়াপোতাকে ধৰি…

 তেজপুৰত ৰাষ্ট্ৰীয় পথৰ ওপৰৰে বাগৰিল পানী

শতাব্দ প্ৰতিনিধি, তেজপুৰ ,১৭মে’: ৰাজ্যজুৰি বানৰ সংহাৰ অব্যাহত থকাৰ সময়তে তেজপুৰৰ বিভিন্ন অঞ্চল পৰিছে বানৰ কবলত। ইতিমধ্যে ঘগৰা আৰু ডিপোতা নৈৰ বাঢ়নি পানীয়ে বাঁহবাৰী আৰু বিহগুৰি  মৌজাৰ বহু অঞ্চল প্লাবিত কৰিছে। যোৱা নিশাৰে পৰা তেজপুৰৰ বিহগুৰি…

মথাউৰি ভঙাক লৈ তৎপৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ মঙ্গলদৈৰ শাকতোলা মথাউৰি পৰিদৰ্শন

শতাব্দ প্ৰতিনিধি, মঙ্গলদৈ, ১৭ মে’: দৰং জিলাৰ মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত বৰ আঠিয়াবাৰীৰ শাকতোলা নদীৰ বাওঁফালৰ মথাউৰিৰ প্ৰায় ১২ মিটাৰ অংশ পুৱতি নিশা নদীৰ ধলে খহাই নিয়াৰ খবৰ পাই অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ততাতৈয়াকৈ আজি অঞ্চলটোত…

বাক্সাৰ বৰমাত পুষ্টিহীনতাত ভোগা শিশুক লৈ সমাজকল্যান বিভাগৰ স্বাস্থ্য শিবিৰ

শতাব্দ প্ৰতিনিধি,বাক্সা ,১৭ মেঃ পুষ্টিহীনতাত আৰু মধ্যমীয়া পুষ্টিহীনতাত ভোগা শিশুসকলক লৈ বাক্সাৰ বৰমা মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক স্বাস্থ্য শিবিৰ । বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত আৰু  সমাজ কল্যাণ বিভাগৰ সহযোগত স্নেহস্পৰ্শ প্ৰকল্পৰ লগত সংগতি…

বিসংগতিৰে নিৰ্মাণ মাজুলী-যোৰহাট দলঙৰ খুঁটাঃ আছুৰ স্মাৰক পত্ৰ

শতাব্দ প্ৰতিনিধি, মাজুলী, ১৭মেঃ মাজুলী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাজুলী জিলা ছাত্র সন্থাৰ উদ্যোগত ১৬ মে'ত অনুষ্ঠিত হোৱা এক নাগৰিক সভাত মাজুলী যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্যত হোৱা বিসংগতি সন্দৰ্ভত বিতং ভাবে আলোচনা কৰা হয় সেই…

চাৰিধামৰ ঈশ্বৰ প্ৰাপ্তিৰ পথত তীৰ্থযাত্ৰীয়ে সৃষ্টি কৰিছে পৰ্বতসম আৱৰ্জনা

শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ মে' : পুণ্যতীৰ্থ দেৱভূমি আখ্যা দিয়া উত্তৰাখণ্ডত ৩ মে'ৰ পৰা আৰম্ভ হৈছে বিখ্যাত চোটা চাৰধাম যাত্ৰা, অৰ্থাৎ চাৰিধাম যাত্ৰাৰ ক্ষুদ্ৰ সংস্কৰণ। প্ৰতি বছৰৰ অক্ষয় তৃতীয়াৰ দিনা আৰম্ভ হোৱা এই যাত্ৰা দীপাৱলীৰ দুদিন…

তিনিটা দিনে বন্ধ মাজুলী নিমাতী সংযোগী সকলো ফেৰী সেৱা

শতাব্দ প্ৰতিনিধি,মাজুলী,১৭মেঃ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ১৫ মে'ৰ পৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে পুনৰ আদেশ নিদিয়া পৰ্যন্ত মাজুলী- নিমাতী ফেৰী সেৱা বন্ধ ৰাখিছে। এই…