গুণোৎসৱ – ২০২২ ৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলাত ব্যাপক প্ৰস্তুতি

উত্তৰ লখিমপুৰ, ১৭ মে': অসম চৰকাৰৰ শিক্ষা বিভাগৰ তত্ত্বাৱধানত ৰাজ্যখনত ইতিমধ্যে আৰম্ভ হোৱা গুণোৎসৱ - ২০২২ ৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলাতো ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। গুণোৎসৱ তৃতীয় পৰ্যায়ত চলিত বৰ্ষৰ জুন মাহৰ ১ তাৰিখে বিদ্যালয়সমূহৰ…

ৰাজ্যৰ ৫.১০ লাখ হিতাধিকাৰীয়ে লাভ কৰিব পি এম এ ৱাই জিৰ গৃহ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ মে' : প্রধানমন্ত্রী আৱাস যােজনা গ্রামীণৰ অধীনত ১৯ মে'ত ৰাজ্যখনৰ ৫ লাখ ১০ হেজাৰ হিতাধিকাৰীক গৃহ আবণ্টন পত্ৰ আৰু প্রথম কিস্তিৰ পুঁজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। এই উপলক্ষে সিদিনা পঞ্চায়ত আৰু গ্রামােন্নয়ন…

শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱসত আৱক্ষ মূৰ্তি উন্মোচনেৰে গোলাঘাট মিডিয়া ফ’ৰামৰ…

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ১৭ মেঃ অসমৰ এগৰাকী আপোচহীন বলিষ্ঠ সাংবাদিক, জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ ২৭ সংখ্যক মৃত্যু দিৱসৰ দিনটোত তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদনেৰে গোলাঘাট মিডিয়া ফ'ৰামে আজি গোলাঘাট নগৰৰ প্ৰমোদাভিৰাম উদ্যানত স্থাপন কৰা…

অৰুণাচল সীমান্তত চীনৰ কর্মকাণ্ড অব্যাহতঃ জনালে ভাৰতীয় সেনাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ মে' : লাদাখ সংঘাতৰ পৰিণতিত বিগত ২০২০ চনৰ মে' মাহৰ পৰা ভাৰত আৰু চীনৰ সম্পর্ক বৰ সুখকৰ নহয়। দুয়োখন দেশৰ সেনাৰ মাজত গালৱান সংঘাত আৰু তাত একাধিক ভাৰতীয় জোৱান ছহিদ হোৱা ঘটনা আজিও ভাৰতে পাহৰিব পৰা নাই। অৱশ্যে…

প্ৰতিকূল পৰিস্থিতিঃ স্থগিত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ মে' : ৰাজ্যজুৰি বান আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ বাবে অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননী জাৰি কৰিছে। জাননী অনুসৰি ৰ‍াজ্যজুৰি…

উজ্জ্বল ভূঞাক তেলেঙ্গানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে অনুমোদন

শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ মে' : আজি উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ৫ গৰাকী ন্যায়াধীশক দেশখনৰ ৫ খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনায়। তেলেঙ্গানা উচ্চ ন্যায়ালয়ৰ বিচাৰপতি ন্যায়াধীশ উজ্জ্বল ভূঞাক…

বৃদ্ধি পাব বিমান ভাৰা ! ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধিৰ পৰিণতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ মে' : এয়াৰ লাইন্সৰ মুঠ খৰচৰ প্রায় ৪০ শতাংশই ইন্ধন ব্যয়। ফলত ইন্ধনৰ দাম বৃদ্ধি মানেই যে উৰণ উদ্যোগত যে তীব্র প্রভাৱ পৰে সেয়া ক'বলৈ যোৱাটো মাথোঁ বাহুল্য। বাঢ়িছে বিমানৰ ইন্ধনৰ দাম। আৰু সেই কাৰণেই বাঢ়িব পাৰে…

মানৱ মূত্ৰই শেষ ভৰসা ! বিপন্ন বিশ্বৰ ত্ৰাণকৰ্তা হ’ব এই তৰল বৰ্জ্য?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ মে' : মানুহৰ প্রস্রাৱ সাৰ হিচাবে ব্যৱহাৰ কৰা সম্ভৱ? ফ্রান্সৰ এক শীর্ষ গৱেষণাত কোৱা হৈছে যে, কৃষিক্ষেত্ৰক বচাবলৈ প্রস্রাৱক গুৰুত্ব দিয়াৰ বাদে উপায় নাই! ফ্রান্সৰ এই গৱেষণাত পোহৰলৈ আহিছে যে, মানুহৰ প্রস্রাৱে…

মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান

শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ মে' : ডাঃ এল আৰ বিষ্ণ‌য়ক মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বৰ মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ চন্দ্ৰনাথনৰ অৱসৰৰ চাৰে চাৰি মাহৰ পাছতহে ৰাজ্যখনত নতুন আৰক্ষী সঞ্চালক…

তাজমহলৰ ২২টা ‘গোপন কুঠৰী’! ফটো প্রকাশ কৰিলে কেন্দ্রীয় পুৰাতত্ত্ব বিভাগে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ মে' : তাজমহলৰ তলৰ ‘২২টা তালবন্ধ কোঠা’ খোলাৰ আবেদন জনাই আদালতৰ দ্বাৰস্থ হৈছিল হিন্দুত্ববাদীসকল। ভাৰতীয় পুৰাতত্ত্ব সর্বেক্ষণ (আর্কিঅ'লজিকেল ছার্ভে অব ইণ্ডিয়া বা এএছআই)ৰ তৰফৰ পৰা ১৬ মে' সোমবাৰে সেই ‘গোপন’ কুঠৰী'সমূহৰ…