তেজপুৰৰ প্ৰতিভাশালী উপাসনালৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচৰ স্বীকৃতি

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৬মে’: তেজপুৰৰ মাজগাঁও হাতভগা চুবুৰী নিবাসী তথা ইঞ্চপায়াৰ একাডেমিৰ একাদশ শ্ৰেণীৰ প্ৰতিভাশালী ছাত্ৰী উপাসনা কলিতাই তেওঁৰ পাৰদৰ্শিতাৰ বলত নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে…

মাজুলী-যোৰহাট সংযোগী দলঙৰ বিসংগতিপূৰ্ণ নিৰ্মাণক লৈ মাজুলী জিলা ছাত্ৰ সন্থাৰ নাগৰিক সভা

শতাব্দ প্ৰতিনিধি,মাজুলী,১৬ মে': মাজুলী-যোৰহাট সংযোগী নিৰ্মীয়মাণ দলঙৰ খুঁটা বিসংগতিৰে নিৰ্মাণ কৰা ফলস্বৰূপে দলঙৰ খুঁটাত বৃহৎ ফাট ধৰা পৰাত মাজুলীত তীব্র প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।নিৰ্মীয়মাণ দলঙৰ দুটা খুটাত বিসংগতি দেখাৰ লগে লগে সদৌ মাজুলী জিলা…

ব্ৰহ্মপুত্ৰত হ’ব বিশ্বমানৰ ক্ৰুজ পৰ্যটন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ মে' : ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই ব্যক্তিগত কোম্পানীৰ সৈতে দুখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ লগে লগে ব্ৰহ্মপুত্ৰত ক্ৰুজ পৰ্যটনৰ সূচনা হৈছে। ১৪ আৰু ১৫ মে'ত দুদিনীয়াকৈ মুম্বাইত অনুষ্ঠিত ইনক্ৰিডিবল ইণ্ডিয়া…

অনলাইনত চলিছে অসমৰ দুষ্প্ৰাপ্য অৰ্কিডৰ কলা বেহা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ মে’ : অসমৰ একাংশ অকৰ্মণ্য বন বিষয়াৰ জ্ঞাতাসাৰেই বৃহৎ পৰিসৰত মুকলিকৈ চলি আছে বনজ সম্পদৰ চোৰাং বেহা । বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ সম্পূৰ্ণৰূপে উলংঘা কৰি এটা দুষ্ট চক্ৰই অনলাইনযোগে চলাই আছে অসমৰ দুষ্প্ৰাপ্য…

প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ : ছখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে' : বুদ্ধ পূৰ্ণিমাৰ দিনাই নেপালৰ লুম্বিনী ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণকালত আজি দুয়োখন দেশৰ মাজত ছখনকৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। "নেপালৰ লগত ভাৰতৰ সম্পৰ্ক অতি প্ৰাচীন আৰু…

বিশ্বতে বিৰল ! লোহা নোহোৱাকৈ নিৰ্মাণ কৰা তেজপুৰৰ পকী দলংখন তিনি মাহতে ভাগিল

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬মে’: সম্ভৱত বিশ্বতে বিৰল ! লোহা নোহোৱাকৈ নিৰ্মাণ কৰিছিল এখন পকী দলং। ঠিকাদাৰে এই বিৰল নিৰ্মাণ কাৰ্যক লৈ গীনিজ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিলেহেঁতেন যদিও সেই কথা গুপুতে ৰাখিছিল। কিন্তু দলংখন ভাগি পৰাতহে কমিছনৰ…

চীনা কাকতৰ এটা সম্পাদকীয়ই জোকাৰিছে জি-৭ ক

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে' : চীনৰ চৰকাৰ নিয়ন্ত্ৰিত 'গ্লোবেল টাইমছ'ৰ কালি প্ৰকাশ হোৱা এটা সম্পাদকীয় প্ৰৱন্ধত ভাৰতৰ সপক্ষে অৱস্থান কৰি চীন চৰকাৰে উন্নত দেশসমূহৰ সংগঠন জি-৭ ক সমালোচনা কৰিছে। উল্লেখযোগ্য যে, যোৱা সপ্তাহত দেশৰ খাদ্য…

পৃথিৱীৰ সীমাৰেখা ক’ত? জানো আহক সংক্ষিপ্ত ৰূপত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ মে' : শেষ ক'ত? বহুদিনৰ পৰা বহুজনৰ মনত উকমুকাই থকা এটা প্রশ্ন। কিন্তু কোনে ক'ব শেষ ক'ত? সকলো শেষৰ উত্তৰ পোৱা নাযায়, কিন্তু কিছুমান শেষৰ উত্তৰ বিজ্ঞানীসকলে দিয়ে। যেনে— 'কাৰমান লাইন' (Kármán line)। এই লাইনক পৃথিৱীৰ…

৩৬২ ফুট উচ্চতাত বিশ্বৰ দীঘল ওলমা দলং ! ক’ত আছে জানো আহক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ মে' : মাটিৰ পৰা ৩৬২ ফুট উচ্চতাত দুলিছে এখন দলং। এই দলংখনে চেক গণৰাজ্যৰ এটা শৃংগৰ পৰা আন এটা শৃংগক সংযোগ কৰিছে। যোৱা ১৩ মে' শুকুৰবাৰে এই দলংখন জনসাধাৰণৰ বাবে মুকলি কৰা হয়। দলংখন বিশ্বৰ আটাইতকৈ দীঘল ওলমা দলং হিচাপে…

চিমেণ্ট উৎপাদনত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ প্ৰস্তুতকৰ্তা হিচাপে আদানিৰ হঠাৎ উত্থান

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে' : বিশ্বৰ পঞ্চম আৰু এছিয়া মহাদেশৰ শীৰ্ষস্থানৰ ধনী ব্যৱসায়ী গৌতম আদানিৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰাৰ চেকুৰ পূৰ্ণগতিত অব্যাহত আছে। এইবাৰ ভাৰতবৰ্ষৰ চিমেণ্ট উদ্যোগত প্ৰৱেশ ঘটিছে আদানি…