বানপানী : ডিমা হাচাওত ৩ জনৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ মে' : ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে অসমৰ বিভিন্ন জিলাত বিধ্বংসী ৰূপ লৈছে। কালিলৈকে (১৪ মে') ৰাজ্যখনৰ ভিতৰত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত জিলাসমূহৰ এখন ডিমা হাচাওত কমেও তিনিজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে।…

মানিক সাহা ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী

শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে' : বিপ্লৱ কুমাৰ দেৱে হঠাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত আজি সন্ধিয়া আগৰতলাত অনুষ্ঠিত হোৱা বিধায়িনী দলৰ এখন বৈঠকত ৰাজ্যসভাৰ সাংসদ মানিক সাহাক সৰ্বসন্মতিক্ৰমে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে…

বাৰ্ধক্যক সন্মানঃ তিনিচুকীয়াত ৩৬ বয়োজেষ্ঠ ব্যক্তিক সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ মে’ : তিনিচুকীয়া চহৰৰ গেলাপুখুৰী পথত  আজি এদিনীয়া কাৰ্যসূচীৰে অনুস্থিত ৩৪ সংখ্যক কচুজান আঞ্চলিক ৰঙালী বিহু সন্মিলনে অঞ্চলটোৰ আগশাৰীৰ ৩৬জন বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানত বিহু সমিতিৰ…

তেজপুৰৰ পথত উভালি পৰিল গছ

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৪মেঃ আজি দুপৰীয়া তেজপুৰৰ অতি ব্যস্ততাপূৰ্ণ অঞ্চল হাতীপিলখানাত এজোপা পুৰণা সোণাৰু গছ উভালি পৰে।ত্ৰিবেণী চক আৰু চিভিল হাস্পতাল সংযোগী পথৰ ওপৰতে গছজোপা উভালি পৰাত এই পথত ব্যাপক যানজঁটৰ সৃষ্টি হয়।উল্লেখযোগ্য যে,পথৰ…

বাক্সা আৰক্ষীৰ জালত গোৰেশ্বৰ উন্নয়ন খণ্ডৰ প্ৰাক্তন বিডিঅ’ ভূপেন দাস

শতাব্দ প্ৰতিনিধি,বাক্সা ,১৪ মেঃ পেঞ্চনৰ ধন জালিয়াতিৰে আত্মসাত কৰাৰ অভিযোগত আজি বাক্সা জিলাৰ মুছলপুৰ আৰক্ষীয়ে ধুবুৰী হাতীঘুৰা খণ্ড উন্নয়ন বিষয়া ভূপেন দাসক গ্ৰেপ্তাৰ কৰে। বাক্সা জিলাৰ গোৰেশ্বৰ উন্নয়ণ খণ্ডৰ কাৰ্যলয়ত বিডিঅ' হিচাপে কৰ্মৰত…

ঘেঁহু ৰপ্তানিত আচম্বিতে নিষেধাজ্ঞা জাৰি

শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে' : কালি অৰ্থাৎ শুকুৰবাৰে নিশা কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে হঠাতে জাৰি কৰা নিষেধাজ্ঞাৰ যোগে তৎকালেই বলবৎ হোৱাকৈ ভাৰতৰ পৰা ঘেঁহু ৰপ্তানিত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। নিৰ্দেশটোত কোৱা হৈছে যে, দেশৰ খাদ্য…

তেজপুৰৰ স্বেচ্ছাসেৱী অনুষ্ঠান “সংকল্প অসম” ৰ প্ৰশংসনীয় পদক্ষেপ 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ মে':  এটি মন্দিৰলৈ দৈনদ্দিন অলেখ ভক্তপ্ৰাণ ৰাইজ আহে আৰু যায় কিন্তু মন্দিৰটিৰ সমগ্ৰ পৰিচালনা আৰু চোৱা চিতা কৰে তাত কৰ্মৰত পূজাৰী, পৰিচাৰক আৰু সহায়ক সকলেহে। পূজাৰী আৰু এই সহায়ক, পৰিচাৰকসকলৰ এনে সেৱা বা শ্ৰম সদায়…