ডলু বাগিছাত উচ্ছেদ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ মেঃ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি বিয়লি চহৰখনৰ মাজ মজিয়াৰ থানা চাৰিআলিত কাছাৰ জিলাৰ ডলু চাহ বাগিছাৰ ২,৫০০ বিঘা মাটিত থকা ৩০ লাখ চাহ গছ ধ্বংস কৰাৰ প্ৰতিবাদত বিক্ষোভ …

লখিমপুৰৰ পথালি পাহাৰৰ তৰাজুলিত নৈশবাছত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

শতাব্দ  প্ৰতিনিধি, লখিমপুৰ, ১৪ মেঃ লখিমপুৰৰ বান্দৰদেৱাত ড্ৰাগছ সহ ৭ জন পুৰুষ-মহিলাক আটক কৰিছে আৰক্ষীয়ে। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত ড্ৰাগছৰ বেহা অব্যাহত আছে সেই কথা পুনৰবাৰ প্ৰমাণ হল।। মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ অথন্তৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৪ মেঃ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ৰাজ্যৰ ২৫ খন জিলাত ২৫ খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনেৰে অসমক ভাৰতবৰ্ষৰ ভিতৰতে চিকিৎসা শিক্ষাৰ প্ৰাণকেন্দ্ৰৰূপে গঢ়ি তুলিব বুলি ঘোষণা কৰি অহাৰ সময়তে যোৱা ১৫…

ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯,৫৮ টা পদত নিযুক্তি

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ মে' : ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯,৫৮ টা পদৰ বাবে আজি নিযুক্তি পত্র প্ৰদান কৰা হয়। এই উপলক্ষ্যে গুৱাহাটীৰ খানাপ‍াৰাস্থ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এক বিশাল নিযুক্তি পত্র বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়।…

বন্যজীৱৰ বাবে দেশৰ প্ৰথম ‘সেউজীয়া সেতু’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ মে' : নাগপুৰ আৰু মুম্বাইৰ মাজৰ বালাচাহেব থাকৰে সমৃদ্ধি মহামাৰ্গ (এক্সপ্ৰেছৱে) দেশৰ ভিতৰতে প্ৰথমটো ঘাইপথ হ’ব য’ত বন্যপ্ৰাণীৰ চলাচলৰ বাবে ৯ খন সেউজ দলং (অভাৰপাছ) আৰু ১৭ খন আণ্ডাৰপাছ প্ৰশমন ব্যৱস্থাৰ অংশ হিচাপে…

শীঘ্ৰেই ভাৰতলৈ আহি আছে ‘ষ্টাৰলিঙ্ক’ৰ উপগ্ৰহীয় ইণ্টাৰনেট সেৱা

শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে' :চলচ্চিত্ৰ এখনৰ দৰেই বিজ্ঞাপন দিয়া হৈছে 'কামিং ছুন' ! বিশ্বৰ শীৰ্ষস্থানীয় ধনাঢ্য ব্যক্তি এল'ন মাস্কৰ 'স্পেছএক্স' ৰ ষ্টাৰলিঙ্ক উপগ্ৰহীয় ইণ্টাৰনেট সেৱা সোনকালেই ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ…

বাৰ্মুদা ত্ৰিভুজৰ ৰহস্য ভেদ! বৈজ্ঞানিকে জনালে বিমান-জাহাজ কিয় হেৰাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ মে' : বাৰ্মুদা ট্রায়াঙ্গল বিশ্বৰ অন্যতম ৰহস্যময় স্থান। কোৱা হয় যে, সমুদ্রৰ এই ৰহস্যময় অঞ্চলৰ ওপৰেদি যিয়েই যায় তাকেই এক অদৃশ্য শক্তিয়ে টানি লৈ যায়। বিগত ১০০ বছৰৰ ইতিহাসত ইয়াত প্রায় ৭৫খন বিমান…