পৃথিৱী অভিমুখে ধাৱমান ‘দৈত্যাকৃতি’ৰ গ্রহাণু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ মে' : পৃথিৱী অভিমুখে আহি আছে 'দৈত্যাকৃতি'ৰ এক গ্রহাণু (Asteroid)। ১,৬০০ ফুট বহল সেই গ্রহাণু। জ্যোতির্বিদসকলে গ্রহাণুটোৰ ক্রমিক সংখ্যা দিছে ৩৮৮৯৪৫। অৱশ্যে এয়া প্রথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বেও এবাৰ পৃথিৱীৰ খুব ওচৰ…

প্ৰশান্ত মহাসাগৰত ‘আটলাণ্টিছ’ৰ অস্তিত্ব ! সমুদ্ৰ তলিৰ ইটাৰ পথক লৈ কৌতুহল

দাদুল দেৱকৃষ্ণ বৰুৱা সমুদ্ৰ তলিত আছিল নেকি পৃথিৱীৰ উপৰিভাগত বিকাশ লাভ কৰা সভ্যতাৰ দৰে এক সমৃদ্ধিশালী সভ্যতা? আছিল নেকি মসৃণ বাট-পথ অথবা সুদৌল ৰাজ হাউলি কিম্বা সু-পৰিকল্পিত নগৰ-চহৰ? এনেবোৰ কথা কেৱল কল্প কাহিনীতে আবদ্ধ নে আশ্চৰ্যকৰ সত্য?…

বিশ্বত ক্ৰমাৎ বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা

শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে': দুবছৰৰ পাছত বিশ্বৰ পৰ্যটন জগতখন পুনৰ উজ্জীৱিত হৈ উঠিছে। বিশ্বৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহলৈ মানুহে এতিয়া পুনৰ ঢাপলি মেলিছে। একপ্ৰকাৰ বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ক'ভিড-১৯ ৰ বাবে কাৰ্যত: স্তদ্ধ হৈ পৰা…

যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত পৰিৱেশ দিৱসত ব্যতিক্ৰম কাৰ্যসূচীৰ আয়োজন

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ মে' : যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ আই.কিউ এ.চি, আই.আই.চি, বিজ্ঞান আৰু প্ৰযুক্তি কোষ আৰু কমিউনিটি কলেজৰ যৌথ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৫ - ৭ জুনলৈ "ইছ্যুজ এণ্ড চেলেঞ্জেচ অৱ এনভাইৰনমেন্ট চেফ্টি ফ'ৰ…

তিনিচুকীয়াত অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ পৰ্যালোচনা সভা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া ১৩ মে': অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিয়ে আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ গুৰুত্বপূৰ্ণ উন্নয়ন বিভাগৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয়। এই পৰ্যালোচনা সভাত সমিতিখনে বিভাগসমূহৰ…

লুৰীণজ্যোতিৰ স’তে একেখন পতাকাৰ তলত কাম কৰাৰ আগ্ৰহ অখিল গগৈৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩মে’: এ আই ইউ ডি এফক বিজেপিৰ সহযোগী দল বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । আনহাতে লুৰীণজ্যোতি গগৈৰ স’তে আঞ্চলিক ৰাজনীতিৰ স্বাৰ্থত একেখন পতাকাৰ তলত একত্ৰিত ভাবে কাম কৰিবলৈও আগ্ৰহী অখিল গগৈ । তদুপৰি,…

ৰাজ্যৰ ৩৭৪৩ খন সুলভ মূল্যৰ দোকান কৰ্তনঃ এজেণ্টৰ হাহাকাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৩ মে ' : অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি ৰাজ্যৰ ৫০ জনৰ তলৰ কাৰ্ড থকা উপভোক্তাৰ সুলভ মূল্যৰ কেন্দ্ৰ সমূহ কোনো ধৰণৰ চৰকাৰী জাননী নিদিয়াকৈ দোকান সমূহ হঠাৎ কৰ্তন কৰি দিয়াত সম্প্ৰতি ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ…

অসমৰ ৩ ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানলৈ ভাৰত চৰকাৰৰ ‘লক্ষ্য’ প্ৰমাণপত্ৰ

দিছপুৰ, ১৩ মে': ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানত সুৰক্ষিত সন্তান প্ৰসৱৰ লগতে প্ৰসূতি আৰু নৱজাতক শিশুৰ বাবে উপযুক্ত যতন উপলব্ধ হোৱাটো সুনিশ্চিতকৰণত সফলতাৰ বাবে অসমৰ তিনিখন চৰকাৰী চিকিৎসালয়লৈ 'লক্ষ্য প্ৰমাণপত্ৰ' আগবঢ়াইছে ভাৰত চৰকাৰে। প্ৰসৱ কক্ষ…

চন্দ্ৰপৃষ্ঠৰ মাটিত উদ্ভিদৰ অঙ্কুৰণ !

শতাব্দ বিশেষ প্ৰতিনিধি, ১৩ মে' : আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা 'নাছা'ই বৃহস্পতিবাৰে জাৰি কৰা এক বিবৃতিত দাবী কৰিছে যে, চন্দ্ৰৰ মাটিত তেওঁলোকৰ এক গৱেষক দলে উদ্ভিদৰ অঙ্কুৰণ ঘটাবলৈ সক্ষম হৈছে। 'নাছা' আৰু ফ্ল'ৰিডা বিশ্ববিদ্যালয়ৰ…

তেজপুৰত কৰুণাধাৰা আৰু শিশুকল্যাণ পৰিষদৰ উদ্যোগত  হোমেন বৰগোহাঞিক স্মৰণ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৩ মে’ : ৰাজ্যখনৰ বিশিষ্ট কথাশিল্পী, সাহিত্যিক, সম্পাদক হোমেন বৰগোহাঞিৰ কালি প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে তেজপুৰৰ শিশু কল্যাণ পৰিষদৰ কাৰ্যালয়ত এক বিশেষ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।ভাৰতীয় শিশু কল্যাণ…