স্বৰ্ণমণ্ডিত দ্বাৰকাত অন্য এক অশান্তিকৰ পৰিৱেশৰ পৃষ্ঠভূমিৰ নিৰ্মাণ কাল কেনেকৈ সৃষ্টি হৈছিল?
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৩ মে': মহাভাৰতৰ যুদ্ধোত্তৰ কালৰ কাহিনীৰ বিশেষ দৰ্শনেৰে অনিল কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰা "যুগ অন্য যুগ" নাটক কালি প্ৰতিকূল বতৰৰ মাজতো তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত গৰিষ্ঠসংখ্যক দৰ্শকে উপভোগ কৰি আপ্লুত হয়।…
