ৰাষ্ট্ৰদ্ৰোহ আইনঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশলৈ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংস্থাৰ আদৰণি
শতাব্দ বিশেষ প্ৰতিনিধি, ১৩ মে': ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰদ্ৰোহ সম্পৰ্কীয় আইনৰ ওপৰত অলপতে প্ৰদান কৰা ৰায়দানৰ প্ৰতি আদৰণি জনাইছে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংস্থাই। এটা টুইটত সংস্থাটোৱে কৈছে যে, "শান্তিপূৰ্ণ ভাৱে সমালোচনা কৰা কাৰ্যৰ…
