যোৰহাটৰ চিএছআইআৰ-নেইষ্টত ‘আই-কানেক্ট’ অনুষ্ঠান

শতাব্দ প্ৰতিনিধি,যোৰহাট, এপ্ৰিল ১২: আজাদী কা অমৃত মহোৎসৱৰে সংগতি ৰাখি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে যোৰহাটস্থিত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ অধীনৰ উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (চিএছআইআৰ-নেইষ্ট)ত আয়োজন কৰা…

কা – এন এইছ পি চিৰ বিৰুদ্ধে পুনৰ আন্দোলন ঘোষণা অখিল গগৈৰ

শতাব্দ প্ৰতিনিধি,লখিমপুৰ ১২ মেঃ লখিমপুৰত আজি উপস্থিত হৈ কা আৰু এন এইছ পি চি ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে অখিল গগৈয়ে। লখিমপুৰত উপস্থিত হৈয়ে অখিল গগৈয়ে আজি এই হুংকাৰ দিয়াৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাতা…

নতুন মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ১২ মে' : কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগে আজি জাৰি কৰা এক নিৰ্দেশ মৰ্মে অহা ১৫ মে' তাৰিখে ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে যোগদান কৰিব ৰাজীৱ কুমাৰে। বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই অৱসৰ গ্ৰহণ…

‘এয়াৰ ইণ্ডিয়া’ৰ নতুন মুৰব্বী কেম্পবেল উইলছন

শতাব্দ বিশেষ প্ৰতিনিধি, ১২ মে' : অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই টাটা গ্ৰুপে 'এয়াৰ ইণ্ডিয়া'ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিছে কেম্পবেল উইলছনক। ইয়াৰ পূৰ্বে কেম্পবেল ছিংগাপুৰ এয়াৰলাইন্সৰ এটা কম মূল্যৰ…

৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

 কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২৬ টা সমষ্টিত ৮ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে'। বিটিচিৰ বাক্সা জিলাৰ ক'কলাবাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে'। ১২ জুনত অনুষ্ঠিত…

গড়মূৰ সৰু সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰৰ বিৰুদ্ধে পৰিচালনা সমিতিৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, মাজুলী, ১২ ম': ঐতিহাসিক মাজুলীৰ গড়মূৰ সত্ৰ আৰ্থিক সংকটত ভুগিছে যাৰ বাবে সত্ৰৰ পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সন্মুখীন হৈছে এই কথা আজি সংবাদমেলৰ যোগেদি প্ৰকাশ কৰিছে গড়মূৰ সত্ৰৰ পৰিচালনা সমিতিয়ে।আজি ১২-৩০ বজাত গড়মূৰ সত্ৰৰ…

 এন এছ চি এনৰ ধাৰাবাহিক অপহৰণকাণ্ড

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ মে’ : অৰুণাচলৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাত একপ্ৰকাৰে সমান্তৰাল প্ৰশাসন চলাই থকা নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ দ্বাৰা সংঘটিত হৈছে ধাৰাবাহিক অপহৰণৰ ঘটনা। মাথোঁ কেইদিনমান পূৰ্বে যোৱা ৮ মে’ৰ পুৱতি নিশা…

বদলাপদ্ম আতা পুৰুষৰ আবিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহৰ আয়োজন

শতাব্দ প্ৰতিনিধি, মাজুলী, ১২মে': মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ একান্ত প্ৰিয় শিষ্য শ্ৰীশ্ৰী বদলা পদ্ম আতা পুৰুষৰ "৪৭৬ তম্ আবিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ ভাগি শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতি অসমৰ উদ্যোগত মাজুলীবাসীৰ সহযোগত…

‘ডাইনোছৰ ৰাজকুমাৰী’ আলিয়া চুলতানা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : গুজৰাটৰ ৰায়'লি (Raiyoli) গাঁৱৰ আলিয়া চুলতানা বাবীয়ে ডাইনোছৰৰ জীৱাশ্ম সংৰক্ষণৰ বাবে কঠোৰ যুঁজ দিছিল যিবোৰ এতিয়া বালাচিন’ৰ জীৱাশ্ম পাৰ্কত (Balasinor Fossil Park) প্ৰদৰ্শন কৰা হৈছে। ১৯৮১ চনত অলিয়া চুলতানা…

তেজপুৰত তিনি সাংবাদিকক সন্মান

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২মে’: হিউমেন ৰাইটচ ইনটাৰনেশ্বনেল ফেডেৰেশ্বনৰ ৰাষ্ট্ৰীয় মুখ্য সঞ্চালক ড° বৰ্ণালী শৰ্মা বৰুৱাৰ অধ্যক্ষতাত কালি বিয়লি তেজপুৰত মানৱ অধীকাৰ আৰু সংবাদ মাধ্যম শীৰ্ষক এখন সভা অনুষ্ঠিত হয়।উল্লেখযোগ্য যে, তিনি মে’ত উদযাপিত…