ঢকুৱাখনাৰ চাৰিকড়ীয়া পাৰত সাজোন-কাচোনঃ ১৩ মে’ৰ পৰা ঐতিহাসিক ফাটবিহু
ঢকুৱাখনা-১২ মে: আহোম ৰাজত্বৰ সময়ৰে পৰা ঐতিহ্য ৰক্ষা কৰি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত অনুষ্ঠিত হৈ অহা জাতি জনগোষ্ঠীৰ মহা-মিলনৰ উৎসৱ ফাটবিহু অহা ১৩, ১৪ আৰু ১৫ মে'ত অনুষ্ঠিত হ'ব।ঐতিহাসিক ফাটবিহুলৈ মাজত মাথো কেইটামান ঘণ্টা। মহঘূলি চাপৰিত…
