শ্রীলঙ্কাৰ পিছত পাকিস্তান?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : শ্রীলঙ্কাৰ প্রবল অর্থনৈতিক সংকটত পৰিছিল; আৰু তাৰ পৰাই দেশখনত শেহতীয়াকৈ ভয়ানক ৰাজনৈতিক আৰু প্রশাসনিক সঙ্কট সৃষ্টি হৈছে। এইবাৰ পাকিস্তানতো হ'ব নেকি একেই পৰিস্থিতি? সম্প্রতি চীনৰ একাধিক সংস্থাই দিয়া হুমকিৰ…
