মাৰ্ঘেৰিটাত চুকাফাৰ পূৰ্ণাংগ মূৰ্তি উদঘাটন
শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ১১ মেঃ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সম্পূৰ্ণ ব্যক্তিগত পুঁজিৰে হিলভিউৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সন্মুখৰ ইক' পাৰ্কৰ লগতে স্থাপন কৰা অসমীয়া জাতি গঠনৰ বুনিয়াদ গঢ়োতা তথা অসমত আহোম ৰাজ্যৰ…
