শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীয়ে আশ্ৰয় ললেগৈ ত্ৰিকোমালী নৌবন্দৰত

আৰম্ভ হৈছে শ্ৰীলংকাত লঙ্কা দাহনঃ ৰাজপথত সমৱেত হৈছে লক্ষাধিক ক্ষোভিত জনতাঃ দেখা মাত্ৰকেই গুলী কৰাৰ দৰে নিৰ্দেশ নিৰাপত্তা বাহিনীকঃ কলম্বোৰ আন্তৰ্জাতিক বিমান বন্দৰটোলৈ যোৱা পথসমূহত জনতাই স্থাপন কৰিছে পৰীক্ষণ দ্বাৰ, যাতে প্ৰধানমন্ত্ৰী-অঙহী…

কৃষ্ণ গহ্বৰৰ পৰা ওলাইছে ভয়ানক শব্দ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : ব্লেক হল বা কৃষ্ণ গহ্বৰ সম্পর্কে আমি বহু কথাই শুনিছোঁ। এইবাৰ সেই ব্লেক হলৰ পৰা বাহিৰ হৈ অহা অদ্ভূত আৰু ভয় খুৱাব পৰাৰ দৰে শব্দ শুনালে নাছাৰ বিজ্ঞানীসকলে। ব্লেক হলৰ পৰা চিটিকি অহা চাপৰ তৰঙ্গক শব্দ তৰঙ্গলৈ…

বিপদৰ আগজাননী ! ভয়ানকভাৱে বৃদ্ধি পাব বৈশ্বিক তাপমাত্ৰা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : যদি কেতিয়াবা ভয়ঙ্কৰ গৰম তেন্তে কেতিয়াবা খুব ঠাণ্ডা। আকৌ বৰষুণ দিলেও দিয়ে অবিৰাম। পৰিৱেশৰ এই উঠা-নমা কিছু বছৰ ধৰি দেখা গৈছে। এনে হ'ব বুলি অৱশ্যে আগতেই আশঙ্কা প্রকাশ কৰিছিল পৰিৱেশবিদসকলে। বিশ্ব…

প্ৰয়োজন নহ’ব মহাবিদ্যালয়ৰ ডিগ্ৰী ! প্ৰতি মাহে ভাল বেতনৰ চাকৰি দিব কেন্দ্ৰই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : বর্তমান সময়ত দেশজুৰি চাকৰিৰ আকাল বহুলভাবে পৰিলক্ষিত হৈছে। ঠিক এই সময়তেই এইবাৰ বৃহৎ ঘোষণা কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই। আনকি তেওঁ জনালে যে, কলেজৰ ডিগ্রী নাথাকিলেও ৩০ হাজাৰ টকাৰ…

৮৭ বছৰত দশম উত্তীৰ্ণ হ’ল প্রাক্তন মুখ্যমন্ত্রী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : বয়স যে কেৱল এটা সংখ্যা, সেয়া আকৌ এবাৰ প্রমাণ কৰিলে হাৰিয়ানাৰ প্রাক্তন মুখ্যমন্ত্রী ওমপ্রকাশ চৌটালাই। লেখা-পঢ়াৰ ইচ্ছা তেওঁৰ আগৰে পৰাই আছিল, কিন্তু জীৱনৰ উত্থান-পতনৰ ফলত স্কুলৰ গণ্ডী পাৰ হোৱাৰ স্বাদ আধৰুৱা…

লাভলীনা বৰগোহাঁইৰ জয়যাত্ৰা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : অলিম্পিকত পদক জয়েৰে অসমীয়াক গৌৰৱান্বিত কৰা লাভলীনা বৰগোহাঁয়ে IBA বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতা জয়যাত্ৰা আৰম্ভ কৰিছে। ৯ মে'ৰ নিশা অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডৰ খেলত লাভলীনাই পৰাভূত কৰে প্ৰাক্তন…

‘শিৱ-হৰি’ৰ শিৱ আৰু নাই মৰ্ত্য ধামত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : বিখ্যাত সন্তুৰ বাদক পণ্ডিত শিৱ কুমাৰ শর্মাৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। বিখ্যাত শিল্পীজনাৰ প্রয়াণত সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে। টুইট কৰি শোক প্রকাশ কৰিছে দেশৰ প্রধান মন্ত্রী…

আন্তৰিক সংযোগ

পাপৰি সৌকাধৰা বৰঠাকুৰ যুগৰ পৰিৱৰ্তনত যৌথ পৰিয়ালৰ অৱলুপ্তি ঘটিছে। সমাজত এতিয়া একক পৰিয়ালেই সংখ্যাগৰিষ্ঠ। একক পৰিয়ালৰ নানান সমস্যা। তাৰে এটা অন্যতম সমস্যা নুবুলি মানৱীয় দৃষ্টিৰে কব পাৰি ঘৰত অকলশৰে থকা বয়সস্থ মানুহৰ একাকিত্ব। তেখেতসকলক সংগ…

লখিমপুৰ জিলা ৰেডক্ৰছ ছচাইটিৰ নতুন সমিতি গঠন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১০ মে': ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিৰ লখিমপুৰ জিলা শাখাৰ মেনেজিং কমিটিখন আজি পুনৰ গঠন কৰা হয়। এই উদ্দেশ্যে আজি লখিমপুৰ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰেডক্ৰছ ছচাইটিৰ এখন বিশেষ সাধাৰণ সভা…

যোৰহাটত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস

শতাব্দ প্ৰতিনিধি,যোৰহাট,১০ মে': সাংবাদিকসকলৰ সংবাদ সেৱা এতিয়াও বৃত্তি নহ'লগৈ। একৈশ শতিকা অতিক্ৰম কৰাৰ পাছতো সাংবাদিক সেৱা বৃত্তিলৈ ৰূপান্তৰ কৰিব নোৱাৰাটো অত্যন্ত পৰিতাপৰ বিষয়। সাংবাদিকসকলক বিভিন্ন সময়ত দোষ জাপি দিয়া হয় । মূলতঃ সংবাদ…