ধেমাজিত ৰেলে মহতিয়াই নিলে স্কৰপিঅ’ গাড়ীঃ নিহত ২

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৯ মে” ধেমাজিত আজি সংঘটিত এক ভয়ংকৰ-শোকাৱহ দুৰ্ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে । দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে এখন স্কৰপিঅ’ গাড়ীৰ চালক থিতাতে মৃত্যু হোৱাৰ বিপৰীতে গাড়ীখনত বহি যোৱা মহিলাগৰাকী চিকিৎসালয়লৈ নিয়াৰ পথত…

অৰুণাচলত গাঁওবুঢ়া অপহৰণ : এন এছ চি এনক সন্দেহ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মে’ : অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাত সমান্তৰাল প্ৰশাসন চলাই থকা নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ দ্বাৰা পুনৰ সংঘটিত হৈছে এক অপহৰণৰ ঘটনা । এইবাৰ অপহৰণৰ কবলত পৰিছে চুবুৰীয়া ৰাজ্যখনৰ লংডিং জিলাৰ…

চাৰি বছৰীয়া সন্তানক এৰি আলফা (স্বাধীন)লৈ কাকপথাৰৰ এক দম্পতী

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মেঃ আলফা(স্বা)ৰ শেহতীয়া কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আলফাত যোগ দিছে কাকপথাৰৰ এক দম্পতিয়ে। তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১নং চেলেংগুৰিৰ বাসিন্দা সন্মিন নেওগৰ দুই পুত্ৰ বোৱাৰীয়ে আলফা…

চলিত বছৰৰ বাৰিষা কালত গুৱাহাটীৰ শিক্ষানুষ্ঠানত ৩০০০গছ ৰোপণ কৰিব বনবিভাগে

গুৱাহাটী, ৯ মেঃ আজি গুৱাহাটী মহানগৰৰ বিদ্যালয় আৰু মহাবিদ্যালয় চৌহদত বৃহৎ বৃক্ষৰোপণ অভিযানৰ অংশ হিচাপে পূব কামৰূপ বন বিভাগৰ অধীনত গুৱাহাটী ৰেঞ্জে পাঞ্জাবাৰী বন শিবিৰৰ অন্তৰ্গত বাঘৰবৰী প্ৰাথমিক বিদ্যালয় আৰু বাঘৰবৰী হাইস্কুলত ৪৫জোপা…

সৈনিক পতিৰ মৃত্যুত সেনাৰ লেফটেনেন্ট পদত কাৰ্যনিৰ্বাহ পত্নীৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : গলৱানত চীনৰ লগত সংঘটিত সংঘর্ষত ছহিদ হৈছিল লেন্স নায়ক আৰু বীৰচক্রপ্রাপ্ত দীপক সিংহ। তেওঁৰ স্মৃতি বুকুত লৈয়েই দেশসেৱাৰ বাবে শিক্ষয়িত্ৰীৰ চাকৰি এৰি সেনাত যোগ দিলে তেওঁৰ পত্নী ৰেখা সিংহই। ভাৰতীয় সেনাৰ…

সর্বকালৰ অভিলেখ ভাঙি নিম্নগামী টকাৰ মূল্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : ভাৰতীয় অর্থনীতিত তীব্ৰ জোকাৰণি। ভাৰতীয় মুদ্রাৰ মূল্য ডলাৰৰ তুলনাত অধিক নিম্নগামী। সর্বকালৰ অভিলেখ ভাঙি এক ডলাৰৰ মূল্য বাঢ়ি হ'ল ভাৰতীয় মুদ্রাত ৭৭.৪২ টকা। ইয়াৰ পূৰ্বে কেতিয়াও ভাৰতীয় মুদ্রাৰ ইমান অবমূল্যায়ন…

দেশদ্রোহিতা আইন পুনর্বিবেচনাৰ সিদ্ধান্ত কেন্দ্রৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : কিছুদিনৰ ব্যৱধানত ১৮০ ডিগ্রীলৈ ঘূৰিছে কেন্দ্রীয় চৰকাৰ। বিগত সপ্তাহত ছুপ্রিম ক'র্টত কেন্দ্রই জনাইছিল যে, নতুনকৈ ভাৰতীয় দণ্ডবিধিৰ ১২৪এ ধাৰাৰ পুনর্বিবেচনাৰ প্রয়োজন নাই। কিন্তু ৯ মে' সোমবাৰে শীর্ষ আদালতত নৰেন্দ্র…

আৰু এটা চৰকাৰী সংস্থা বিলগ্নীকৰণৰ পথত কেন্দ্রঃ শীঘ্রেই আহ্বান জনাব বিড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে: চৰকাৰে এই বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত ছিপিং কর্প'ৰেচন অব ইণ্ডিয়াৰ বাবে আর্থিক বিডৰ আহ্বান জনাব পাৰে । পিটিআই সূত্রৰ খবৰ— কোম্পানীৰ ‘নন-কোৰ’ সম্পদ সংস্থাৰ পৰা পৃথক কৰা হয়। এই প্রক্রিয়া সম্পন্ন হ'লেই সংস্থাৰ…

মোৰ মৃত্যু হ’ব ‘ৰহস্যময় পৰিস্থিতিত’ঃ এলন মাস্কৰ নতুন টুইটক লৈ চর্চা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : জীৱনলৈ সংশয় আহিছে টেচলাৰ মুৰব্বী এলন মাস্কৰ। ৯ মে' সোমবাৰে এক টুইটত তেওঁ তেনে ধৰণৰেই ইঙ্গিত দিছে। টুইটত তেওঁ লিখিছে যে তেওঁৰ মৃত্যু হ'ব ‘ৰহস্যময় পৰিস্থিতিত।’ সম্প্রতি ৪,৪০০ কোটি ডলাৰৰ বিনিময়ত টুইটাৰ কিনিছে…

ভাস্কৰ্য আৰু শিল্পৰ দিন পালন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে: লখিমপুৰৰ সমাজ জীৱনৰ এজন সমাজ কৰ্মী, স্থপতি, শিল্পী, সাহিত্যিক, সাংবাদিক তথা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি নন্দ কিশোৰ মহেশ্বৰীৰ আজি ৭৪ সংখ্যক জন্ম দিন। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে মহেশ্বৰীৰ জীৱিত…