ইউক্ৰেইনৰ সাৰমেয় ‘পেট্ৰন’লৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : ৰাছিয়াৰ বিৰুদ্ধে ইউক্রেইন সেনাৰ কৃতিত্বত মুগ্ধ ৰাষ্ট্ৰপতি জেলেনস্কি। সেই কাৰণে তেওঁ তেওঁৰ সেনানীক প্রশংসা কৰিছে। যাৰ কৃতিত্ব দেখিছে, তেওঁৰ হাতত তুলি দিছে ৰাষ্ট্রীয় পুৰস্কাৰ। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল, এটা…

নীলাম হ’ব গান্ধীজীৰ ৭০টা সামগ্ৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : হিন্দুত্ববাদীসকলে যিমানেই গডছেৰ পক্ষত মাত নামাতক কিয়, বিদেশৰ মাটিত আজিও ভাৰতবর্ষ মানে মহাত্মা গান্ধী। ফলত তেওঁৰ ব্যক্তিগত ব্যৱহাৰৰ লাম লাকটুক লৈয়ো সাধাৰণ জনতাৰ আগ্রহ তুঙ্গত। এইবোৰ সামগ্ৰী নীলামত (Auction)…

টাটাই নিৰ্মাণ কৰিব ফাইটাৰ জেট !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : ভাৰতীয় বিমান বাহিনীয়ে (IAF) নতুন ফাইটাৰ জেটৰ আসন্ন ক্রয়ৰ ক্ষেত্রত 'গ্ল'বেল প্রকিউৰমেন্ট আৰু ইণ্ডিয়া মেড মডেল' অনুসৰণ কৰিব। যিটো ইতিমধ্যেই C-295MW পৰিবহণ বিমান নিৰ্মাণৰ বাবে টাটা-এয়াৰবাছ (Tata)…

চাৰি ভাৰতীয় সাংবাদিকলৈ পুলিৎজাৰ সন্মান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : পুলিৎজাৰ বঁটা-২০২২ৰ বিজয়ীসকলৰ তালিকাত স্থান দিয়া হৈছে প্রয়াত ভাৰতীয় সাংবাদিক দানিচ চিদ্দিকিক। ৰয়টাৰ্চৰ সাংবাদিক ছিদ্দিকিয়ে আফগানিস্তানত তালিবানৰ আক্ৰমণত শেষ নিঃশ্বাস ত্যাগ কৰিছিলে। চিদ্দিকিৰ উপৰি বিজয়ীসকলৰ…

মাৰ্ঘেৰিটা সত্রীয়া কলা কৃষ্টি কেন্দ্রত ব’হাগৰ এসন্ধ্যা

শতাব্দৰ মাৰ্ঘেৰিটা প্রতিবেদক ৯ মেঃ মাৰ্ঘেৰিটা নগৰস্থিত সত্রীয়া কলা কৃষ্টি কেন্দ্র কালি ব'হাগৰ এসন্ধ্যা নামেৰে এক মনোগ্রহী অনুষ্ঠান অনুষ্ঠিত হয় । ডাঃ মানব্রত গগৈ, অৰুণ দত্ত, ৰাকেশ কলিতা, নকুল শইকীয়া, তোলন চন্দ্র গগৈ ফুলমাই ফুকনে বন্তি…

বৰগোলাইত ৰবীন্দ্র নাথ ঠাকুৰক গীতে মাতে স্মৰণ

শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ৯ মেঃ দেশৰ অন্যান্য অংশৰ লগতে বৰগোলাইতো কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰক জন্ম জয়ন্তীত স্মৰণ কৰা হয়।বৰগোলাই আদৰ্শ হিন্দী বিদ্যালয় প্রাংগনত ছাত্র নাট্য মঞ্চৰ উদ্যোগত কবি গুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ ১৬১ তম জন্ম জয়ন্তী…

বিদূষী মহিলা হেমলতা বৰুৱাক তিলোত্তমা বৰুৱা স্মাৰক বঁটা প্ৰদান তেজপুৰ বিশ্ববিদ্যালয়ৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৯ মেঃ ত্যাগ আৰু সংগ্ৰামৰ প্ৰতীক স্বৰূপ তেজপুৰৰ ৯৪ বছৰীয়া হেমলতা বৰুৱাক আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰই ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা’ প্ৰদান কৰে। উল্লেখ্য যে, প্ৰবীন স্বাধীনতা…

বাহনা মহাবিদ্যালয়ত ‘সাগৰ তলিৰ শংখ’ অনুষ্ঠিত

শতাব্দ প্ৰতিনিধি, যোৰহাট , ৯ মে : জাতীয় গৌৰৱৰ এদিন অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বাহনা মহাবিদ্যালয়ত অনুষ্ঠিত হয় 'সাগৰ তলিৰ শংখ' কথা-কবিতা আৰু সংগীতৰ অনুষ্ঠান। বাহনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা নমিতা শইকীয়াই আদৰণী ভাষণত জাতীয়…

ভূপেন উজীৰ – শান্তা উজীৰলৈ সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ, আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ স্মাৰক…

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৯ মেঃ যোৰহাট জিলা সাহিত্য সভাই সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ সহযোগত সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ আৰু আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ স্মাৰক বঁটা প্ৰদান কৰি আহিছে ।২০২২ বৰ্ষৰ বাবে এই বঁটা আগবঢ়াোৱা…

উজনিৰ বাগিছাত প্লাষ্টিক চাউল ! বিতৰণৰ অভিযোগ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মে’ : চাহ বাগিছাৰ শ্ৰমিক ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা ৰেচনৰ চাউলৰ নামত প্লাষ্টিক সদৃশ চাউল যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) কেন্দ্ৰীয় উপ-সভাপতি আৰু পানীতোলা শাখাৰ…