এলুমিনিয়াম পেকেটত খাদ্য বন্ধ কৰিলে ৰেলৱেই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : ৰাজধানী, শতাব্দী আদি দূৰগামী আৰু দ্ৰুতবেগী এক্সপ্রেছ ট্রেইনসমূহত এলুমিনিয়ামৰ পেকেটত খাদ্য সৰবৰাহ বন্ধ কৰিছে ৰেল বিভাগে। এলুমিনিয়ামৰ পৰিৱৰ্তে ‘ষ্টার্চ’ৰ পৰা তৈয়াৰী পৰিৱেশ বান্ধব পেকেটতহে খাদ্য পাব দূৰগামী…

ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হৰপ্পা যুগৰ নৰকঙ্কাল !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : হৰিয়ানাৰ ৰাখিগাৰ্হিত এক খননকার্যৰ সময়ত উদ্ধাৰ হৈছে পাঁচ হাজাৰ বছৰ পুৰণি হৰপ্পা যুগৰ বহু সামগ্রী। উদ্ধাৰ হৈছে সেই সময়কালৰ দুটা নৰকঙ্কাল। অনুমান কৰা হৈছে এই নৰকঙ্কাল মহিলাৰ। সেই যুগত মৃতকক সমাধিস্থ কৰাৰ প্ৰথা…

পত্নীৰ মৃতদেহ সাবটি বৃদ্ধই কটালে ২১ বছৰ

দাদুল দেৱকৃষ্ণ বৰুৱা ২১ বছৰ পূৰ্বেই পত্নীক হেৰুৱাইছিল তেওঁ। কিন্তু এতিয়াও মানি ল'ব পৰা নাই পত্নীৰ মৃত্যুৰ খবৰ। ফলত সেই ২১ বছৰ ধৰি মৃত পত্নীৰ লগতেই সংসাৰ চলাইছে তেওঁ। পত্নীৰ মৃত্যু হৈছিল ২০০১ চনত। তাৰ পিছৰে পৰা সেই মৃত স্ত্রীৰ লগতেই জীৱন…

অচিৰেই গুৱাহাটী আৰু ডিব্ৰুগড়ত বৈদ্যুতিক জলযানৰ প্ৰৱৰ্তন

শতাব্দ বিশেষ প্ৰতিনিধি, ৮ মে' : ভাৰতবৰ্ষৰ স্থলপথত বৈদ্যুতিক বাহন চলাচলৰ জনপ্ৰিয়তা বৃদ্ধিৰ পাছত এতিয়া দেশখনৰ জলপথতো বৈদ্যুতিক নাও চলাচলৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ৰোৱা ৬ মে' তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হোৱা 'সাগৰমালা…

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ মাহটোৰ অতিথি ডাঃ অমৰেন্দ্ৰ গগৈক সম্বৰ্ধনা

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ মাহটোৰ অতিথি হিচাপে বিহু বিষয়ক লেখক তথা গৱেষক ডাঃ অমৰেন্দ্ৰ গগৈক আজি সন্ধিয়া সাদৰ সম্বৰ্ধনা জনোৱা হয়। ক্লাবৰ সদস্যসকলে ডাঃ গগৈৰ সৈতে অন্তৰংগতাৰে আলাপ কৰে।

এভাৰেষ্টত অভিলেখ সংখ্যক ২৬ বাৰলৈ পদাৰ্পণ নেপালী শ্বেৰ্পাৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ৮ মে' : জীৱনত এবাৰলৈ হ'লেও মাউণ্ট এভাৰেষ্ট শৃঙ্গত আৰোহণ কৰাটো বিশ্বৰ প্ৰতিজন পৰ্বতাৰোহীৰ সপোন। কিন্তু নেপালৰ এজন শ্বেৰ্পাৰ জীৱনৰ সপোন হৈছে বিশ্বৰ সৰ্বোচ্চ শৃঙ্গটোত কিমান বাৰ তেওঁ আৰোহণ কৰিব। নেপালৰ ৫২ বছৰীয়া…

নলবাৰীত বিশ্ব ৰেডক্ৰছ দিৱসত তিনি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, নলবাৰী, ৮ মেঃ ভাৰতীয় ৰেডক্ৰছ ছোচাইটিৰ নলবাৰী জিলা শাখাই আজি নলবাৰীৰ গোপাল বজাৰত অৱস্থিত ৰেডক্ৰছ ভৱনত বিশ্ব ৰেডক্ৰছ দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে । পুৱাৰ ভাগত ৰেডক্ৰছৰ পতাকা উত্তোলন কৰে ভাৰতীয় ৰেডক্ৰছ ছোচাইটিৰ…

তেজপুৰ পৌৰসভা কংগ্ৰেছমুক্ত হ’ল

শতাব্দ প্ৰতিনিধি তেজপুৰ,৮মে': বৰ্তমানৰ তেজপুৰ পৌৰসভাত আজিৰে পৰা কংগ্ৰেছৰ প্ৰতিনিধি নাই । শেহতীয়া পৌৰ নিৰ্বাচনত ছয় নম্বৰ পৌৰখণ্ডৰ পৰা একমাত্ৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে জয়লাভ কৰা সুমন দাসে আজি দুপৰীয়া প্ৰায় ১-৩০বজাত বিজেপিত যোগদান কৰে ।…

তেজপুৰত একেলগে বিবাহ বহিল ১৯যোৰ দৰা কইনা

শতাব্দ প্ৰতিনিধি তেজপুৰ,৮মে': তেজপুৰৰ কলিবাৰী গাঁৱত মুঠ ১৯যোৰ দৰা কইনাৰ মাজত সম্পন্ন হ’বলৈ ওলোৱা বিয়াৰ বাবে আজি পুৱাৰে পৰাই এক উখল মাখল পৰিৱেশে বিৰাজ কৰে । ৰন্ধা বঢ়া,দৰা কইনাক সজোৱাৰ পৰা সকলো কামত ব্যস্ত ৰাইজ । ৰাজহুৱা নামঘৰত নিজা নিজা…

আভ্যন্তৰীণ জলপৰিবহণৰ ফেৰী ভাড়া দুগুণঃ মাজুলীত প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি,মাজুলী,৮মে': আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এক জাননী যোগেদি নিমাতী কমলাবাৰী ফেৰী সেৱাত দুগুণ ভাড়া বৃদ্ধি কৰাত মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আভ্যন্তৰীণ জলপৰিবহণ বিভাগে নিজা খেয়ালখুচি মতে সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ দি…