মিছন বসুন্ধৰাৰ যোগেদি ৮,১৩,৯৮১ খন আবেদনৰ নিষ্পত্তিঃ প্ৰথম পৰ্যায়ৰ সামৰণী

দুই অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিছন বসুন্ধৰাৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। আইনী জটিলতাৰ বাবে মিছন বসুন্ধৰাত বাতিল হৈছে ২,৩১,২৯৩ খন আবেদন। মধ্য আৰু নামনি…

ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী- জ্যেষ্ঠ অধিবক্তা নৰেন্দ্ৰ নাথ গোহাঁইৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৮ মেঃ ধেমাজিৰ বৰ্ষীয়ান সমাজকৰ্মী , জ্যেষ্ঠ অধিবক্তা নৰেন্দ্ৰ নাথ গোহাঁইয়ে আজি দিনৰ প্ৰায় ১১ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে । লখিমপুৰ জিলাৰ ঘিলামৰা গোহাঁই মৌজাৰ ভকত…

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতা ৰ “হাতী বন্ধু”

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৮ মে': কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ ফিল্ম ডিভিজনে আয়োজন কৰা ১৭ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ…

” স্মৃতি মাথোঁ ৰ’ব সঞ্চয় ” চৈয়দ মুহিবুল্লাৰ সোঁৱৰণী গ্ৰন্থ উন্মোচন

গুৱাহাটী ৮ মেঃ বিশিষ্ট সমাজসেৱী, সু-সাহিত্যিক, সুদক্ষ অভিযন্তা প্ৰয়াত চৈয়দ মুহিবুল্লাৰ সোঁৱৰণত প্ৰকাশিত "স্মৃতি মাথোঁ ৰ'ব সঞ্চয়" নামৰ সোঁৱৰণী গ্ৰন্থখন আজি উন্মোচন কৰা হয়। এই উপলক্ষে আজি মহানগৰীৰ হাতীগাঁওস্থিত মনীষা বিবাহ ভৱনত আয়োজিত এক…

অগপৰ অভিনন্দন অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ মে' : বিগত এবছৰীয়া কাৰ্যকাল বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ বাবে ৰাজনৈতিকভাৱে সোণোৱালী যাত্রা আছিল। এই এবছৰীয়া কাৰ্যকালত কীৰ্তি স্থাপন হৈছে।- এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। দেওবাৰে মিত্রদল অগপৰ…

বিহালী সংৰক্ষিত বনাঞ্চলক ’’বিহালী বন্যপ্ৰাণী অভয়াৰণ্য’’ হিচাপে ঘোষণা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মেঃ  জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অৱস্থিত অসমৰ নৱগঠিত বিশ্বনাথ জিলাৰ বিহালীত ১৯১৭ চনত ব্ৰিটিছ প্ৰশাসনে ঘোষণা কৰা বিহালী সংৰক্ষিত বনাঞ্চল (BRF)ক অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছ।…

উধাও দেশৰ ‘বলশালী বিদেশনীতি’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ মে' : ইউপিএ জমানাৰ শেষৰ ফালে মনমোহন সিঙক ‘দুর্বল প্রধানমন্ত্রী’ আখ্যা দিছিল বিজেপিয়ে। কোৱা হৈছিল, নৰেন্দ্র মোদী ক্ষমতালৈ আহিলে ‘বলশালী’ নীতিৰে চলিব কেন্দ্র। ৰাজনৈতিক সূত্রৰ মতে, ঘৰুৱা প্রচাৰত ‘ছাপন্ন ইঞ্চি’ৰ কথা…

ৰঙা জোনৰ এনিশাঃ  ১৬ মে’ত পূৰ্ণগ্ৰাস চন্দ্ৰ গ্রহণ

দাদুল দেৱকৃষ্ণ বৰুৱাজোনৰ মোহত মোহাছন্নসকলৰ বাবে সুখবৰ। নিঃসন্দেহে মে' মাহৰ আকাশত ৰাণী হ'ব ৰঙা জোন। জ্যোতির্বিজ্ঞানীৰ হিচাপ মতে, মাহটোৰ ১৬ তাৰিখে পূৰ্ণগ্ৰাস চন্দ্ৰ গ্রহণ প্রত্যাশিত। উল্লিখিত তাৰিখত চন্দ্ৰ, সূর্য আৰু পৃথিৱী একেই সমান্তৰাল…

সোৱণশিৰি প্ৰকল্পৰ ক্ষতিপূৰক বনানিকৰণ : নিৰুদ্বেগ অৰুণাচল চৰকাৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ৮ মে' : অহা আগষ্ট মাহত ভাৰতৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰথম গোটটোৰ পৰা উৎপাদনৰ কাম আৰম্ভ হ'ব। কিন্তু এই জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে ধ্বংস কৰা এক বৃহৎ…

মুখ চায়েই চিনিব পাৰি মানুহ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ মে' : ৰূপ আৰু গুণৰ ভিতৰত সঁচাকৈয়ে কিবা সম্পর্ক আছেনে নাই, এই লৈ বিতর্কৰ অন্ত নাই। সেই বিতর্কত এইবাৰ ঘিউ ঢালিব পাৰে অষ্ট্ৰেলিয়াৰ এক গৱেষণাই। অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ এক গৱেষণাত দাবী কৰা হৈছে যে,…