চুলি কাটি স্বাৱলম্বী হোৱা অসমীয়া যুৱক যোগানন্দ
মুক্তাৰ আলী
আনে যোৱা বাটে নোযোৱা এজন যুৱকৰ কথা। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ পূৱ বহুপথাৰৰ যুৱকজনৰ নাম যোগানন্দ দুৱৰা। আত্ম প্ৰতিষ্ঠাৰ হেঁপাহেৰে ভাৰতৰ বিভিন্ন স্থানত সৰু বৰ অলেখ কামত নিয়োজিত হৈ ভ্ৰমী ফুৰাৰ পাছত এদিন তেওঁ অনুভৱ কৰিলে আপোন ঠাইতে…
