তেজপুৰ বিশ্ববিদ্যালয়ত হেমলতা বৰুৱালৈ ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা
ত্যাগ আৰু সংগ্ৰামৰ চানেকী ৯৪ বছৰীয়া হেমলতা বৰুৱালৈ ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা“
তেজপুৰ বিশ্ববিদ্যালয়ত ৯ মেত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই বঁটা
কেন্দ্ৰীয় শিশু আৰু মহিলা উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰানীয়ে প্ৰদান…
