নলবাৰীত হাতত কোৰ লৈ নলা-নৰ্দমা চাফাই অভিযানত নামিল পৌৰ সভানেত্ৰী
শতাব্দ প্ৰতিনিধি, নলবাৰী, ৬ মেঃ পৌৰ সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই নলা-নৰ্দমা চাফাই অভিযানত নামি পৰিল নলবাৰীৰ পৌৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ। বছৰ বছৰ ধৰি কৃত্ৰিম বানে জুৰুলা কৰি অহা নলবাৰীৰ নাগৰিকক সাময়িকভাবে সকাহ দিয়াৰ উদ্দেশ্যে আজি…
