ভাৰত- জাৰ্মান সম্পৰ্ক হ’ব পাৰে মাইলৰ খুঁটি

মুক্তামণি ভূমিফুকন  ইউক্রেন যুদ্ধৰ প্রসঙ্গত ইউৰোপৰ সতে ভাৰতৰ মতবিৰোধ চলি থকাৰ সময়তে জাৰ্মানীৰ লগত Inter government consultation (IGC) মাইলৰ খুঁটি হোৱাৰ দিশত আগবাঢ়িছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ইউৰোপ ভ্ৰমণৰ মাজতে এই দাবী উত্থাপন…

চন্দ্ৰায়ন, মঙ্গলায়ন ৰ পাছত এইবাৰ শুক্ৰায়ন

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে' : চন্দ্ৰ, মঙ্গলৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এইবাৰ মন মেলিছে পুৱতি তৰা শুক্ৰগ্ৰহলৈ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে অলপতে ঘোষণা কৰিছে যে, শুক্ৰ গ্ৰহৰ বিশদ অধ্যয়নৰ বাবে এখন মহাকাশ যান…

মহাকাশ আৱৰ্জনাৰ ফলত বিপজ্জনক বিশৃঙ্খল পৰিস্থিতিৰ উদ্ভৱ

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে': মানৱ জাতিৰ একমাত্ৰ বসতিস্থল পৃথিৱীৰ জল-স্থল প্ৰদূষিত কৰি মানুহে এইবাৰ প্ৰদূষণৰ পোহাৰ মেলিবলৈ ওলাইছে মহাকাশ জগতত। পোহাৰ মেলাই নহয়, মহাকাশ ইতিমধ্যেই বিপজ্জনক ভাৱে প্ৰদূষিত হৈ পৰিছে। ১৯৫৭ চনৰ অক্টোবৰ মাহত…

চলিত শতিকাতে বিনষ্ট হ’ব বিশ্বৰ সমস্ত সমুদ্র জগত !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ মে' : বিশ্বত পৰিৱেশ-প্রকৃতিৰ ওপৰত প্ৰদূষণে নানা ধৰণৰ প্রভাৱ পেলাইছে। কেতিয়াবা হিমবাহ গলি গৈছে, বাঢ়িছে তাপপ্রবাহ, বাঢ়িছে অতিবেঙুনীয়া ৰশ্মিৰ বিকিৰণ পৰিৱেশবিদসকলে ইয়াৰ বাবে দায়ী কৰিছে গোলকীয় উষ্ণতাকেই। আৰু তাৰ…

যোৰহাটত বিনামূলীয়া কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপণ শিবিৰ

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৫ মে : মাৰোৱাৰী যুব মঞ্চৰ যোৰহাট শাখাৰ পৃষ্ঠপোষকতাত যোৰহাট প্ৰগতি আৰু যোৰহাট গ্ৰেটাৰৰ সহযোগত নেশ্যনেল মাৰোৱাৰী ফাউণ্ডেছনৰ উদ্যোগত ২০-২২ মেত বিনামূলীয়া কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপণ শিবিৰ অনুষ্ঠিত হব। যোৰহাট…

 সাহিত্য অকাডেমী বঁটাপ্ৰাপক সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰ অসুস্থ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ মে’ : সাহিত্য অকাডেমী বঁটাপ্ৰাপক শিশু সাহিত্যিক, নাট্যকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰ সম্প্ৰতি অসুস্থ হৈ তিনিচুকীয়াৰ এখন ব্যক্তিগত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । যোৱা নিশা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত…

তিনিচুকীয়াত অসম আৰক্ষীৰ ’ৰাইড অৱ প্ৰাইড’ দলক বিপুল আদৰণি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ মে’ : অসম আৰক্ষীৰ ’ৰাইড অৱ প্ৰাইড’ ৰেলীক আজি তিনিচুকীয়াত সাদৰ আদৰণি জনোৱা হয় । উল্লেখ্য যে অসমত শান্তি, শৃংখলাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্রত অসম আৰক্ষীয়ে আগবাঢ়োৱা অক্লান্ত সেৱা তথা ত্যাগৰ বাবে দেশৰ ৰাষ্ট্ৰপতিৰ…

নিবনুৱাৰ পথ প্ৰদৰ্শক- শিল্পী,সমাজকৰ্মী মোহন বৰাৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি তেজপুৰ,৫মে’: বিশিষ্ট ভাওনা শিল্পী আৰু সমাজকৰ্মী মোহন বৰা(৭৬)ৰ যোৱা নিশা প্ৰায় ১২-৩০বজাত তেজপুৰৰ তৰাজান কুমাৰগাঁৱৰ নিজা বাসগৃহত বিয়োগ ঘটে । উল্লেখযোগ্য যে,এগৰাকী সুদক্ষ ভাৱৰীয়া হিচাপে তেজপুৰৰ লগতে অবিভক্ত শোণিতপুৰ জিলাত…

জন্মদিনৰ প্ৰাকক্ষণতো ’’কৃষক বন্ধু’’ সোণেশ্বৰ বৰা অৱহেলিত

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ৫ মেঃ সমাজদৰদী আদৰ্শৰ নেতা, প্ৰাক্তন কৃষিমন্ত্ৰী, গোলাঘাট সমষ্টিৰ কেইবাবাৰৰো বিধায়ক প্ৰয়াত সোণেশ্বৰ বৰা তেওঁৰ সহজ-সৰল নিৰহংকাৰী জীৱনচৰ্যাৰ বাবে যেনেকৈ জীৱন কালত সকলোৰে মাজত অতিশয় জনপ্ৰিয় আৰু শ্ৰদ্ধেয় আছিল, মৃত্যুৰ…